ক্রীড়া-জগত

অসমত উপস্থিত বাংলাদেশৰ ১৬ বছৰ অনুৰ্ধ্ব ক্ৰিকেট দল

৩ খন এদিনীয়া আৰু ২ খন তিনিদিনীয়া খেলৰ ভ্ৰমণ সূচী লৈ অসমত উপস্থিত বাংলাদেশৰ ১৬ বছৰ অনুৰ্ধ্ব ক্ৰিকেট দল।২২ জনীয়া বাংলাদেশী দলটোত আছে ১৬...

২৪৬ ৰাণত পাকিস্তানক পৰাস্ত কৰিলে শ্ৰীলংকাইঃ কাম নকৰিলে বাবৰ আজমৰ অধিনায়কত্বৰ ইনিংছে…

শ্ৰীলংকা আৰু পাকিস্তানৰ মাজত গালেত খেলা দ্বিতীয় খন টেষ্টত লংকা দলটোৱে এটা ডাঙৰ জয় লাভ কৰিছে। তেওঁলোকে পাকিস্তানক ২৪৬ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল।...

অসম যুৱ অলিম্পিকত ধেমাজিৰ সাফল্যঃ ১০ সোণৰ পদকসহ মুঠ ৪৩ পদকেৰে ১১ সংখ্যক স্থানত ধেমাজি…

অসম অলিম্পিক সন্হাৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম যুৱ অলিম্পিকত ধেমাজি জিলা দলৰ খেলুৱৈয়ে সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে...

মুকালমুৱাৰ আদাবাৰীত পাগলাদিয়া নৈত পৰম্পৰাগত নাওঁ খেলৰ প্ৰতিযোগিতা,নাওঁ খেল উপভোগ কৰিবলৈ অহা দৰ্শকেৰে লোকে- লোকাৰণ্য পাগলাদিয়াৰ পাৰ…

নামনি অসমৰ জনপ্ৰিয় খেল হিচাপে জনাজাত নাওঁ খেল। মুকালমুৱাৰ আদাবাৰীত পাগলাদিয়া নৈৰ পাৰত নাওঁ খেল চাবলৈ সমাগম হ'ল হাজাৰ হাজাৰ দৰ্শক। আদাবাৰীত পাগলাদিয়া নৈৰ...

শিৱসাগৰৰ নামতি শালকাঠনী গাঁৱৰ পপী হাজৰিকাই খেলাৰ সুযোগ লাভ কৰিছে কমনৱেলথ গেমছত, কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব অসমৰ সাত গৰাকীকৈ খেলুৱৈয়ে

বাৰ্মিঙহামত কমনৱেলথ গেমছ । আজি আলেকজেণ্ডাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব উদ্বোধনী অনুষ্ঠান । এইবাৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব অসমৰ সাত গৰাকীকৈ খেলুৱৈয়ে । শিৱসাগৰৰ...

Popular