ক্রীড়া-জগত

এসময়ত সৌৰভ গাংগুলীক বল কৰিছিল, পেটৰ তাড়নাত এতিয়া চাহ-ঘুগুণীৰ দোকান দিয়ে তেওঁ!

"প্ৰকাশ ভগৎ" অসমৰ শিলচৰৰ এগৰাকী প্ৰতিভাশালী ক্ৰিকেটাৰ আছিল। এসময়ত ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ বিপক্ষে নেট প্ৰেক্টিছত বলিঙো কৰিছিল তেওঁ। নেট প্ৰেক্টিছত সৌৰভ গাংগুলীয়ে...

টকিঅ’ অলিম্পিকত ভাৰতীয় দলক ‘Chef De Mission’ হিচাপে নেতৃত্ব দিব সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যই

আগন্তুক টকিঅ' অলিম্পিকৰ বাবে ভাৰতীয় দলক 'Chef De Mission' হিচাপে নেতৃত্ব দি আগুৱাই নিব অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ...

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰাক্তন সূদক্ষ ভলীবল খেলুৱৈ জয়ন্তৰ জয় কেতিয়া ? সংস্থাপনৰ অনুৰোধ ক্ৰীড়াপ্ৰেমী ৰাইজৰ

অসমৰ ভলীবল জগতত অতি জনপ্ৰিয় চিনাকী নাম প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ জয়ন্ত শৰ্মা। যাৰ শিৰা-উপশিৰাত ধাৱবান হৈ আছে ভলীবলৰ তেজ। পুৱা শুই উঠাৰে পৰা...

BREAKING টকিঅ’অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় স্প্ৰিণ্টাৰ দুতী চান্দেৰ

দেশবাসীলৈ সন্মান, টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় স্প্ৰিণ্টাৰ দুতী চান্দেৰ, চান্দেই বিশ্ব ৰেংকিং কোটাৰ জৰিয়তে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত টকিঅ' অলিম্পিকলৈ যোগ্যতা...

হিমা দাসৰ টকিঅ’অলিম্পিকৰ সপোন চূৰমাৰ: আঘাতৰ বাবেই যোগ্যতা অৰ্জনত ব্যৰ্থ

টকিঅ’ অলিম্পিকৰ সপোন চূৰমাৰ হিমা দাসৰ৷ আঘাতৰ বাবেই যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা৷ ৰাষ্ট্রীয় চেম্পিয়নশ্বিপৰ ২০০ মিটাৰত ব্যৰ্থ হয় ধিং এক্সপ্ৰেছ হিমা৷ পঞ্চম স্থানতহে দৌৰ...

Popular