ক্রীড়া-জগত

অলিম্পিকত স্বৰ্ণ জয় কৰা ভাৰতীয় নীৰজ চোপ্ৰা

হাৰিয়ানাৰ পানীপথ জিলাৰ খান্দ্ৰা গাঁৱৰ বাসিন্দা নীৰজ চোপ্ৰাই টকিঅ' অলিম্পিকত 87.58 মিটাৰ প্ৰচেষ্টাৰে পুৰুষৰ জেভলিন থ্ৰো ইভেণ্টত ঐতিহাসিক স্বৰ্ণ পদক অৰ্জন কৰে । ...

টকিঅ’ অলিম্পিকত সম্পূর্ণৰূপে ব্যর্থ হয় ভাৰতীয় শ্বুটাৰ

মঙলবাৰে অনুষ্ঠিত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনত দুর্বল প্রদর্শন আগবঢ়ায় ভাৰতৰ ঐশ্বর্য প্রতাপ সিং ট’মাৰ আৰু সঞ্জীৱ ৰাজপুতে৷আছাকা শ্বুটিং ৰেঞ্জত অনুষ্ঠিত ইভেণ্টটোৰ ফাইনেললৈ...

নাজিৰাত টকিঅ’ অলিম্পিকত অসম কন্যা লাভলীনাৰ বৰগোহাঁইৰ সৰ্বতো সফলতা আৰু বিজয় কামনা কৰি বন্তি প্ৰজ্বলন

টকিঅ' অলিম্পিকত অসম কন্যা লাভলীনাৰ বৰগোহাঁইৰ সৰ্বতো সফলতা আৰু বিজয় কামনা কৰি বন্তি প্ৰজ্বলন কৰিলে নাজিৰা জিলা ক্ৰীড়া সন্থাই । অসম অলিম্পিক সন্থাই জনোৱা...

আজি দেশলৈ উভতিব অলিম্পিক পদক জয়ী মীৰাবাঈ চানু

বিয়লি দিল্লীত উপস্থিত হ’ব মীৰাবাঈ চানু টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে জয় কৰিছিল প্ৰথমটো পদক মহিলাৰ ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত লাভ কৰে ৰূপৰ পদক

দেৱালত চিত্ৰ অংকন কৰি লাভলীনালৈ শুভকামনা জনোৱা হ’ল টীয়কত

 ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো অসম সন্তান লাভলীনা বৰগোঁহাই(Lovelina Borgohain)ক লৈ উচাহৰ ঢল বৈছে । টকিঅ’ অলিম্পিক(Tokyo olympic)ত পদক অৰ্জনৰে যাতে লাভলীনাই...

Popular