ক্রীড়া-জগত

Champions Trophy Winner: তৃতীয়বাৰলৈ চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জনেৰে ইতিহাস ৰচনা টীম ইণ্ডিয়াৰ

নিউজীলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফী দখল টীম ইণ্ডিয়াৰ। আনন্দত আত্মহাৰা ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলি।১২ বছৰৰ মূৰত চেম্পিয়নছ ট্ৰফী দখল ভাৰতৰ।(Champions Trophy Winner)

Champions Trophy Final 2025: আজি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচ, সমুখ সমৰত ভাৰত-নিউজীলেণ্ড

আজি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। (Champions Trophy Final 2025)ডুবাইত সমুখ সমৰত ভাৰত-নিউজীলেণ্ড। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ’ব হাইভল্টেজ মেচখন।

Steve Smith: ছেমি ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’লে অষ্ট্ৰেলিয়াৰ অধিনায়ক স্মিথে

ভাৰতৰ হাতত ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’লে অষ্ট্ৰেলিয়াৰ অধিনায়ক স্মিথে।(Steve Smith)

ICC Champions Trophy 2025: চেম্পিয়নচ ট্রফী, আজি ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথম ছেমি ফাইনেল

নতুন খেলপথাৰত ভাৰত-অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেল আজি, বেটছমেনসকলে সমস্যাৰ সন্মুখীন হ’ব নেকি? বতৰ কেনেকুৱা হ’ব?(ICC Champions Trophy 2025)

ICC Champions Trophy 2025: IIT বাবাৰ ভৱিষ্যদ্বাণী ফ্লপ হ’ল, পাকিস্তানক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ

IIT বাবাৰ ভৱিষ্যদ্বাণী ফ্লপ হ'ল। ভুল প্ৰমাণিত হ'ল ভাৰত-পাকিস্তানৰ খেলক লৈ কৰা IIT বাবাৰ বাণী। পাকিস্তানক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিলে টীম ইণ্ডিয়াই।(ICC Champions Trophy 2025)

Popular