ক্রীড়া-জগত

Karate Training Camp: গুজু-ৰিউ স্পোৰ্টছৰ কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ

ইণ্ডিয়ান কাৰাটে সংস্থাৰ অসম ৰাজ্যিক গুজু-ৰিউ স্পোৰ্টছ কাৰাটে-ডোৰ অধিনৰ কাৰাটে একাডেমীৰ উদ্যোগত গোৱালপাৰাৰ শোলমাৰাত অনুষ্ঠিত হয় বাৰ্ষিক কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ-২০২৪ৰ(Karate Training Camp)

Sakshi-Dhoni:এটা সৰু কথাত ধোনী আৰু সাক্ষীৰ মাজত তৰ্ক! কাৰণ জানিলে আপুনিও আচৰিত হ’ব

মহেন্দ্ৰ সিং ধোনীয়ে ২০০৪ চনৰ পৰা ২০১৯ চনলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ৫৩৮ খন খেল খেলি ৮২৯ টা উইকেট দখল কৰে। এই সময়ছোৱাত মহেন্দ্ৰ সিং ধোনীয়ে ৬৩৪টা কেচ লোৱাৰ লগতে ১৯৫টা ষ্টাম্পিং কৰে।(Sakshi-Dhoni)

ISL Parthiv Gogoi: আইএছএলত অসম সন্তান পাৰ্থিৱ গগৈৰ অভিলেখ

ভাৰতীয় ফুটবলৰ যুৱ প্ৰতিভা বিকাশত ইণ্ডিয়ান ছুপাৰ লীগৰ অবিৰত অবদান অনন্য৷ আইএছএলৰ(ISL Parthiv Gogoi) প্ৰতিটো দলতে তাৰকা থকাৰ সময়তে কেবাগৰাকীও খেলুৱৈয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰে চমক সৃষ্টি কৰি নায়কৰ দৰেই আবিৰ্ভাৱ হৈছে৷ আইএছএলে আৰম্ভনিৰ বৰ্ষৰ পৰাই সমগ্ৰ ভাৰততে অধিক যুৱ প্ৰতিভাৰ সমাহাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰনি ভূমিকা পালন কৰিছে৷

Guwahati City Chess Championship 2024: গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপতভৌমিক, আমেয়া, সাৰস্বত আৰু চাৰ্ভীশ্ৰী বৰ্মন চেম্পিয়ন

গুৱাহাটী চিটি দবা সন্থাৰ উদ্যোগত ১৯-২০ অক্টোবৰত গুৱাহাটী-২১ৰ আৰজি বৰুৱা পথত অৱস্থিত শিক্ষক ভৱনত অনুষ্ঠিত হোৱা অনুৰ্দ্ধ ৯ বছৰ আৰু অনুৰ্দ্ধ বছৰ ১৩ বছৰ শাখাৰ গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপৰ(Guwahati City Chess Championship 2024) সামৰণি পৰে শ্ৰেণী। ১৩ বছৰ অনুৰ্দ্ধ ল’ৰা শাখাত ভৌমিক কিশোৰ দাস, ১৩ বছৰ অনুৰ্দ্ধৰ ছোৱালী শাখাত আমেয়া গুপ্তা, ৯ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত সৰস্বত ডেকা আৰু ৯ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ শাখাত চাৰ্ভি বৰ্মন চেম্পিয়ন হয়।

All Assam Inter-District Wrestling Championship: সপ্তদশসংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ শুভাৰম্ভ

গুৱাহাটী, ১৯ অক্টোবৰঃ আজিৰ পৰা অসম মল্লযুঁজ সন্থাৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত(Tarun Ram Fukan Indore Stadium) বহু প্ৰত্যাশিত সদৌ সপ্তদশ অসম আন্তঃ জিলা মল্লযুঁজ প্ৰতিযোগিতা (All Assam Inter-District Wrestling Championship)আৰম্ভ হৈছে। ১৯ অক্টোবৰৰ পৰা আৰু ২০ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতা আজি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।

Popular