Breaking

পুৰুষৰ ৰেড বল ক্ৰিকেটত ৪১ বছৰীয়া অভিলেখ ভংগ শ্ৰীলংকাৰ মিলান ৰথনায়কৰ…

0 42

৪১ বছৰীয়া অভিলেখ ভংগ। পুৰুষৰ ৰেড বল ক্ৰিকেটত ৪১ বছৰীয়া অভিলেখ ভংগ শ্ৰীলংকাৰ মিলান ৰথনায়কৰ। বেটছমেন মিলানে পুৰুষৰ ৰেডবল ক্ৰিকেটত ৯ নম্বৰ স্থানত কৰিলে সৰ্বাধিক স্ক’ৰ।

অভিষেক টেষ্টত ১৩৫ বলত ৭২ ৰান সংগ্ৰহ কৰিলে মিলান ৰথনায়কে।

ইয়াৰ পূৰ্বে ১৯৮৩ চনত হায়দৰাবাদত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বলৱিন্দৰ সন্ধুৱে সংগ্ৰহ কৰিছিল ৭১ ৰান।

Leave A Reply

Your email address will not be published.