Breaking

বহিঃ ৰাজ্যত ৰে’লত সন্ধানহীন নগাঁও জিলাৰ লংকাৰ সুৰজ আলী…

0 25

বহিঃ ৰাজ্যত ৰে’লত সন্ধানহীন নগাঁও জিলাৰ লংকাৰ সুৰজ আলী(৫৮) । তেঁওৰ ঘৰ লংকাৰ চিমলাই পথাৰত।

যোৱা ১৫ জুলাই সন্ধিয়া ৬-০০ বজাত চেন্নাইৰ ট্ৰিম্বাৰাম( TAMBARAM) ৰে’ল ষ্টেচনৰ পৰা ১৫৬২৯ নম্বৰৰ নগাঁও এক্সপ্রেছ ৰে’লযোগে সুৰজ আলী আহি আছিল নগাঁৱলৈ।

দূৰ্গাপূৰৰ ৰেল ষ্টেচনত ৰেলৰ পৰা সন্ধানহীন হয় সুৰজ আলী ।পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ উলিয়াৱ নোৱাৰি লংকা আৰক্ষী আৰু লংকা ৰে’ল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

Leave A Reply

Your email address will not be published.