Breaking

কণী আৰু মাংস নোখোৱাকৈ নিৰামিষ প্ৰ’টিন ডায়েটৰ বাবে খোৱাৰ আৰম্ভ কৰক এইসমূহ বস্তু…

0 78

নিৰামিষভোজীৰ মনলৈ হয়টো এটা প্ৰশ্ন আহে মাংস নোখোৱাকৈ সম্পূৰ্ণ প্ৰটিনযুক্ত খাদ্য খাব পাৰি নে? কিছুমান খাদ্যৰ জৰিয়তে এয়া সম্ভৱ। যদি আপুনি নিৰামিষভোজী বা মাংস এৰিব বিচাৰে আৰু প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰিব বিচাৰে তেন্তে এই সমূহ বিশেষ খাদ্য গ্ৰহণ কৰিব পাৰে। প্ৰ’টিন হৈছে আপোনাৰ শৰীৰৰ পেশীৰ কলা মেৰামতি কৰা মেক্ৰ’নিউট্ৰিয়েণ্ট। আপোনাৰ মগজু, যকৃত আৰু পেশীবোৰ প্ৰটিনৰ দ্বাৰা গঠিত।

নিৰামিষভোজীসকলে কি কি খাদ্যৰ জৰিয়তে প্ৰচুৰ পৰিমাণে প্ৰ’টিন লাভ কৰিব জানেনে। মচুৰ দাইল নিৰামিষভোজীৰ বাবে প্ৰটিনৰ সমৃদ্ধ উৎস যদিও আন বহু ধৰণৰ খাদ্য খোৱাটোও গুৰুত্বপূৰ্ণ। প্ৰটিনৰ উৎস হৈছে-

চিয়া বীজ
সৰিয়হ
পিটা ব্ৰেড
পিনাট বাটাৰ
বাদাম
অটমিল
মচুৰ দাইল

প্ৰ’টিন লাভ কৰিবলৈ নিৰামীষভোজী সকলে খাব পাৰে এই সমূহ খাদ্য।


Leave A Reply

Your email address will not be published.