Breaking

এচিডিটিৰ পৰা মুক্তি পাবলৈ খাবলৈ আৰম্ভ কৰক এই সমূহ বস্তু…

0 83

এচিডিটিৰ পৰা সকাহ: বৰ্তমান সময়ত প্ৰতিজন ব্যক্তিৰে এচিডিটিৰ সমস্যা। আজি আমি আপোনালোকক ক’ম যে এচিডিটিৰ সমস্যাৰ পৰা মুক্তি পাবলৈ কি কি খাদ্য গ্ৰহণ কৰিব পাৰি। এচিডিটিৰ সমস্যাৰ পৰা মুক্তি পাবলৈ এই সমূহ খাদ্য খাব পাৰি-

ক’লা কিচমিচত আঁহ থাকে যিয়ে আপোনাৰ শৰীৰৰ পৰা কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। এই কিচমিচ সেৱন কৰিলে এচিডিটি নিয়ন্ত্ৰণ হয়। ইয়াৰ উপৰিও চকুৰ দৃষ্টিশক্তি উন্নত হয় আৰু উচ্চ ৰক্তচাপ হ্ৰাস পায়। দৈনিক ৫টা ক’লা কিচমিচ পানীত তিয়াই ৰাতিপুৱা খালী পেট ভাল হ’ব।

দৈৰ লগত পোহা খোৱাটো আপোনাৰ শৰীৰৰ বাবে উপকাৰী। কেৱল এয়াই নহয় পেটৰ লগত জড়িত সমস্যা দূৰ কৰাত সহায় কৰে। ইয়াক খাবলৈ পানীৰে ভালদৰে পৰিষ্কাৰ কৰিব লাগে, তাত ক’লা নিমখ দিব লাগে, তাৰ পিছত দৈ মিহলাই খাব লাগে। পোহা কালে এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাব।

গুলকণ্ড ঠাণ্ডা, যাৰ বাবে ই এচিডিটিৰ সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে। গুলকণ্ড কালে শৰীৰৰ অন্যান্য সমস্যাৰ পৰা সকাহ পোৱা যায়। এগিলাচ পানীত এচামুচ গুলকণ্ড মিহলাই খাব লাগে।

Leave A Reply

Your email address will not be published.