আজি প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা।(State Civilian Awards)
অসম বৈভৱ বঁটা লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ।
৬গৰাকী ব্যক্তিলৈ অসম সৌৰভ বঁটা।
তামিলনাডুৰ সূত্ৰমণিয়াম ৰামাদোৰালৈ অসম সৌৰভ বঁটা, হোজাইৰ ৬০ বাপ্পী পাললৈ অসম সৌৰভ বঁটা, লখিমপুৰৰ ড০ পূৰৱী শইকীয়ালৈ অসম সৌৰভ বঁটা, শিল্পী দ্বীপেন বৰুৱা, দৰঙৰ হেমন্ত দত্ত আৰু ক্রিকেটাৰ উমা ছেত্ৰীলৈ অসম সৌৰভ বঁটা।
১৩ গৰাকী ব্যক্তিলৈ অসম গৌৰৱ বঁটা।
যোৰহাটৰ বিশ্বজিৎ বৰা, বজালীৰ ভৰত কলিতা, কোকৰাঝাৰৰ বাৰলাংফা নাৰ্জাৰী, ডিব্ৰুগড়ৰ ৰামচন্দ্ৰ চাচনী, শিৱসাগৰৰ উপমন্যু বৰকাকতি, কামৰূপৰ ডেভিদ প্ৰতিম গগৈ, লখিমপুৰৰ ফুলেশ্বৰী দত্ত, কামৰূপৰ মিনাক্ষী দাস, শিৱসাগৰৰ পাৰ্থিব সুন্দৰ গগৈ, ধুবুৰীৰ ধীৰেন্দ্ৰ নাথ পাল, বৰপেটাৰ হৰিদাস দাস, কাৰ্বি আংলঙৰ বিনং তেৰন, শ্রীভূমিৰ নজৰুল হকলৈ অসম গৌৰৱ বঁটা।
প্ৰথমবাৰলৈ তিনিটা অনুষ্ঠানলৈ অসম গৌৰৱ বঁটা পৰিৱেশ, জন্তু সংৰক্ষণৰ বাবে ৩ সংস্থালৈ বঁটা চৌৰান আহেম, বাৰেকুৰি গাঁৱলৈ বঁটা হাতীবন্ধু নামৰ সংস্থালৈ এই অসম গৌৰৱ বঁটা।