Breaking

আজৱ অপৰাধ ! প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবেই বন্ধুৱে হত্যা কৰিলে বন্ধুক

0 13

প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবেই বন্ধুৱে হত্যা কৰিলে বন্ধুক৷ ইতিমধ্যে আটক কৰা হৈছে হত্যাকাৰী বন্ধুক৷

ইণ্ডোনেছিয়াত সংঘটিত হৈছে এই ঘটনা৷ উল্লেখ্য যে, কাদিৰ মাৰ্কুছক ডিআৰ নামৰ ব্যক্তিজনে সুৰাপান কৰিবলৈ মাতি আনি কৰিছিল এই প্ৰশ্নটো ৷

কিন্তু উত্তৰ দিব পৰা নাছিল বন্ধু মাৰ্কুছে৷

Leave A Reply

Your email address will not be published.