ভূৰাগাঁৱত দশম শ্রেণী লৈকে হিন্দী ভাষা বাধ্যতামূলক বিষয়ক লৈ ছাত্র মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ তীব্র প্ৰতিবাদ

ৰাজ্যত দশম শ্ৰেণীলৈকে হিন্দী ভাষা বাধ্যতামূলক বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আজি লাহৰীঘাটৰ ভূৰাগাঁও দ্বি-সপ্তাহিক বজাৰৰ মাজ-মজিয়াত ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদীকাৰী সকলে বিভিন্ন শ্ল’গানেৰ উত্তাল কৰি তুলে পৰিৱেশ।

Related Articles