বাংলাদেশত ছাত্ৰৰ প্ৰতিবাদ! হোৱাটছএপ, ইউটিউবকে ধৰি ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা জাৰি…

ছাত্ৰ বিদ্ৰোহত ৰক্তাক্ত বাংলাদেশ। দেওবাৰৰ দিনটোত হিংসাত্মক ঘটনাত নিহত প্ৰায় ১০০ জন লোক। বাংলাদেশত থকা ভাৰতীয়সকলক ‘অধিক সাৱধানতা’ ল’বলৈ আহ্বান।

জনতাৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে বাংলাদেশ৷ শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰিছে৷ বাংলাদেশত হোৱাটছএপ, ইউটিউবকে ধৰি ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা জাৰি কৰিছে৷

Related Articles