আতলচ এবিধ সুস্বাদু ফলে নহয় পুষ্টিকৰো ফল। বহু লোকে আতলচৰ উপকাৰিতা সম্বন্ধে কমকৈ অৱগত ৷ আতলচত এণ্টি-অক্সিডেণ্ট গুণ থকা উপৰিও অধিক মাত্ৰাত কেলছিয়াম, পটাছিয়াম, ফাইবাৰ, ক’পাৰ, চডিয়াম আদি উপাদান পোৱা যায়।(Sugar apple)
আতলচে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে কোষ্ঠকাঠিন্যতা দূৰ কৰে। শৰীৰৰ তেজ বঢ়াত সহায় কৰে। আতলচৰ পাতৰ ৰসে মূৰ ধুলে উফি নোহোৱা হয় । আনহাতে আতলচৰ গুটি গুড়ি কৰি শুকাই নাইবা পাতৰ ৰস উলিয়াই সেই ৰস পানীত মিহলাই মুৰ ধুলে ওকনি নোহোৱা হয়। পকা আতলচ খালে শৰীৰৰ হিম’গ্লবিন বৃদ্ধি হয়।