Breaking

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ…

0 28

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ।

প্ৰচণ্ড কুঁৱলীৰ বাবে ইৰাণৰ পাহাৰীয়া উত্তৰ-পশ্চিম অঞ্চলত দেওবাৰে সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিক মৃত ঘোষণা কৰা হৈছে।

আজাৰবাইজানৰ পৰা তেহৰানলৈ ওভতাৰ পথতে হয় এই ভয়ানক অঘটন।

এই দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি সৈতে দেশখনৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰাবডলহিয়ানৰ মৃত্যু হয়।

Leave A Reply

Your email address will not be published.