Breaking

ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষৰ ডাবলছত জয়লাভ অসমৰ সুৰজ গোৱালাৰ…

0 37

ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষৰ ডাবলছত জয়লাভ অসমৰ শিলচৰৰ সুৰজ গোৱালাৰ। বৰাক ভেলীৰ সুৰজ গোৱালা আৰু উত্তৰাখণ্ডৰ ধ্ৰুৱ ৰাৱটে যোনেক্স ছানৰাইজ ভি.ভি. পুনেত অনুষ্ঠিত হোৱা নাটু মেম’ৰিয়েল অল ইণ্ডিয়া চিনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট ২০২৪।

ৰবিকৃষ্ণ পি এছ আৰু অক্ষণ শেট্টীক ২১-১৫, ২২-২০ গ’লত পৰাস্ত কৰে। গোৱালাৰ উল্লেখযোগ্য যাত্ৰা আৰু সমৰ্পণে বেডমিণ্টন সমাজক অনুপ্ৰাণিত কৰিছে।

Leave A Reply

Your email address will not be published.