Breaking

NEET পৰীক্ষাত সফলতা লাভ কৰিলে গহপুৰৰ দৰিদ্ৰ পৰিয়ালৰ সুৰজ চীলে…

0 55

NEET পৰীক্ষাত জুয়েপুৰা সোন হৈ জ্বিলিকি উঠিল গহপুৰৰ এজন ছাত্ৰ৷ ছাত্ৰজনৰ নাম সুৰজ চীল। সুৰজৰ দেউতাকৰ এখন সৰু চাহৰ হোটেল আছে। হোটেল খনৰ পৰা বিক্ৰী হোৱা পইচাৰে পৰিয়ালটো কোনোমতে চলাই দেইতাকে৷ সৰুৰে পৰা পঢ়াত অত্যন্ত আগ্ৰহ থকা সুৰযে মেট্ৰিক আৰু হায়াৰচেকেণ্ডাৰীত ভাল ফল দেখুৱাইছিল৷

সুৰজৰ ডাক্তৰ হোৱাৰ মন সৰুৰে পৰা৷ দেউতাকে এডমিচন দিব পৰা নাছিল কোচিং চেন্টাৰত৷ যাৰ বাবে এটা সাধাৰন মোবাইলতে অনলাইৰ যোগেদি অধ্যয়ন কৰি ৫২৮ নম্বৰ পাই গহপুৰলৈ গৌৰব কঢ়িয়াই আনিলে সুৰয চীলে৷

Leave A Reply

Your email address will not be published.