বিজেপিৰ নিলম্বিত নেতা টি ৰাজা সিঙক আকৌ এবাৰ গ্ৰেপ্তাৰ বি তেলেংগানা আৰক্ষীৰ

বিজেপিৰ নিলম্বিত নেতা টি ৰাজা সিঙক আকৌ এবাৰ গ্ৰেপ্তাৰ কৰা হৈছে বি তেলেংগানা আৰক্ষীয়ে !পয়গম্বৰৰ ওপৰত বিতৰ্কিত মন্তব্য কৰাৰ বাবে টি ৰাজাক পুনৰ গ্ৰেপ্তাৰ, তেলেংগানা আৰক্ষীক ওৱাইচিৰ পুতলা বুলি অভিহিত কৰে।নিলম্বিত বিজেপি নেতা টি ৰাজা সিঙক তেলেংগানা আৰক্ষীয়ে আকৌ এবাৰ আটক কৰিছে। আটক হোৱাৰ আগতে, টি ৰাজাই এটা ভিডিঅ’ মুকলি কৰিছিল।

তেওঁ তেলেংগানা আৰক্ষীক হায়দৰাবাদৰ সাংসদ আসাদুদ্দিন ওৱাইচিৰ পুতলা বুলি অভিহিত কৰিছিল।নিলম্বিত বিজেপি নেতা টি ৰাজা সিঙক পয়গম্বৰ মুহাম্মাদৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যৰ বাবে তেলেংগানা আৰক্ষীয়ে আটক কৰিছে। আটক হোৱাৰ আগতে, টি ৰাজাই এটা ভিডিঅ’ মুকলি কৰিছিল। তেওঁ তেলেংগানা আৰক্ষীক হায়দৰাবাদৰ সাংসদ আসাদুদ্দিন ওৱাইচিৰ পুতলা বুলি অভিহিত কৰিছিল। টি ৰাজাই কৈছিল যে মই কাকো ভয় নকৰোঁ; মই মৰিবলৈ সাজু।

Related Articles