Breaking

পশ্চিম কাৰ্বি আংলং জিলাত নিলম্বিত বিদ্যালয়ৰ শিক্ষক

0 72

কৰ্তব্যত গাফিলতিৰ বাবে চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পিংকি খাটানিয়াৰক নিলম্বন কৰা হৈছে।

পিংকি খাটানিয়াৰে পশ্চিম কাৰ্বি আংলং জিলাৰ চিংথং স্থানীয় মকিন্দুৰ এল পি স্কুলত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল।

যোৱা ২৭ জানুৱাৰীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাথমিক শিক্ষা বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰিছিল।

বৰ্তমান গুৱাহাটীত বাস কৰা নৃপেন খাটানিয়াৰৰ কন্যা পিংকি খাটানিয়াৰ। ২০২২ চনৰ ১৪ মে’ত মকিন্দুৰ এল পি স্কুলত যোগদান কৰি পূৰ্বতে পিতৃ বাস কৰা হামৰেন ছয় আলীৰ স্থায়ী বাসগৃহ বুলি ঘোষণা কৰে।

যোগদান কৰাৰ পিছত তাইৰ উপস্থিতি প্ৰায় শূন্য আছিল।

Leave A Reply

Your email address will not be published.