Breaking

পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক লাভ স্বপ্নীল কুশালৰ…

0 30

পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক।

৫০ মিটাৰ এয়াৰ ৰাইফলচত ব্ৰঞ্জৰ পদক স্বপ্নীল কুশালেৰ।

বৃহস্পতিবাৰে ৫০ মিটাৰ ৰাইফল ৩ পজিচন ইভেণ্টত ব্ৰঞ্জৰ পদক দখল কৰি পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক লাভ কৰে স্বপ্নিল কুশালে।

Leave A Reply

Your email address will not be published.