Breaking

বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি ছৈয়দ ৰিফত আহমেদক…

0 23

বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি ছৈয়দ ৰিফত আহমেদক। ছৈয়দ ৰিফত আহমেদক দেশখনৰ ২৫ সংখ্যক মুখ্য ন্যায়াধীশ নিযুক্তি।

শনিবাৰে পদত্যাগ কৰিছিল মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে। ছাত্ৰ বিক্ষোভত নতশিৰ হৈ পদত্যাগ কৰিছিল ওবাইদুল হাছানে। ন্যায়িক-প্ৰশাসনীয় ব্যৱস্থা সংস্কাৰৰ দাবীত বিক্ষোভ ছাত্ৰ সমাজৰ।

Leave A Reply

Your email address will not be published.