Breaking

হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ত ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধৰন নিৰ্বাচনত সাধৰণ সম্পাদিকা পদত চৈয়দা লাকী ৰাণীৰ নিৰ্দলীয় পদত জয়লাভ…

0 73

হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ত ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধৰন নিৰ্বাচনত সাধৰণ সম্পাদিকা পদত চৈয়দা লাকী ৰাণীৰ নিৰ্দলীয় পদত বৃহৎ জয়লাভ। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান সুৰেণ দাস মহাবিদ্যালয়ত ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধৰন নিৰ্বাচনত সাধৰণ সম্পাদিকা পদত চৈয়দা লাকী ৰাণীয়ে নিৰ্দলীয় পদত প্ৰতিদণ্ডিতা আগবঢ়াই বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হ’য়।


যাৰ বাবে আজি উৎফুল্লিত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল।আৰু অনাগত দিনতো সাধৰণ সম্পাদিকা চৈয়দা লাকী ৰাণীয়ে মহাবিদ্যালয়ৰ শৈক্ষিক আন্তগাথঁনি উণ্ণয়নৰ দিশত কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে।আনহাতে মহাবিদ্যালয়ৰে ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্র সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ সভাপতিকে ধৰি ১১টা পদত জয়লাভ কৰে আছু সমৰ্থিত প্ৰাৰ্থীয়ে।

Leave A Reply

Your email address will not be published.