Breaking

আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল, মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা…

0 22

আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল৷

ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা৷

বাৰ্বাডোজত নিশা ৮ বজাত অনুষ্ঠিত হ’ব ফাইনেল মেচখন৷

খেলখনক লৈ অতি আশাবাদী ক্ৰিকেটপ্ৰেমী।

Leave A Reply