T20 বিশ্বকাপৰ ফাইনেল কাইলৈ, খিতাপৰ যুঁজত নামিব ভাৰত আৰু দক্ষিণ আফ্ৰিকা…

T20 বিশ্বকাপৰ ফাইনেল হ’ব কাইলৈ।

খিতাপৰ যুঁজত নামিব ভাৰত আৰু দক্ষিণ আফ্ৰিকা।

খেলখনক লৈ অতি আশাবাদী ক্ৰিকেটপ্ৰেমী।

আনহাতে কালি অনুষ্ঠিত খেলখনৰ প্লেয়াৰ অৱ দ্য মেচ খিতাপ অৰ্জন অক্ষৰ পেটেলৰ৷

অক্ষৰ পেটেলে লাভ কৰে তিনিটাকৈ উইকেট৷

Related Articles