Tag: aap

Browse our exclusive articles!

গুৱাহাটীবাসীক খোৱাপানী যোগানৰ দাবীত প্ৰতিবাদ আম আদমি পাৰ্টী…

প্ৰত্যেকখন নিৰ্বাচনী প্ৰচাৰ সভাত বিকাশৰ কথা কৈ থকা বিজেপি চৰকাৰখনে প্ৰকৃততে কিমান বিকাশ সাধন কৰিছে সেয়া গুৱাহাটীবাসীয়ে ক'ব। গুৱাহাটীবাসীক নিৰ্বাচনৰ সময়ত চুইছ টিপিলেই খোৱাপানী...

বিশ্ব পৰিৱেশ দিৱস পালন; প্রকৃতি সুৰক্ষাৰ বাবে জন-আন্দোলনৰ পোষকতা ‘আপ’ৰ

বিশ্বজুৰি পৰিৱেশ প্ৰদূষণ গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ কুফল মানৱ জাতিয়ে ভুগি থকাৰ পৰিপ্ৰেক্ষিতত মানৱ জাতিক পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা কৰাৰ উদ্দেশ্যে আম আদমি পার্টী...

তিনিচুকীয়াৰ কিশোৰী বলাৎকাৰীক গ্ৰেপ্তাৰৰ দাবীত দীঘলীপুখুৰীৰ পাৰত আপ অসমৰ স্বেচ্ছাসেৱকৰ প্ৰতিবাদী কাৰ্যসূচী…

তিনিচুকীয়াৰ কিশোৰী বলাৎকাৰীক গ্ৰেপ্তাৰৰ দাবীত দীঘলীপুখুৰীৰ পাৰৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানক দাবী-পত্ৰ প্ৰদান কৰাৰ উদ্দেশ্যে আপ অসমৰ স্বেচ্ছাসেৱক সকলৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী।

ৰাষ্ট্ৰীয় দল হিচাবে স্বীকৃতি লাভ কৰিলে কেজৰিৱালৰ আপে; মমতাৰ টিএমচি, শাৰদ পাৱাৰৰ এনচিপিয়ে হেৰুৱালে স্বীকৃতি

নিৰ্বাচন আয়োগে সোমবাৰে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিক (আপ) ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি প্ৰদান কৰে। আনহাতে আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ (টিএমচি), শাৰদ...

কেজৰিৱালৰ ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপৰ তীব্ৰ সমালোচনা, নাগৰিক সমস্যাৰ ওপৰত আলোকপাত…

আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণৰ পূৰ্বে ২৮ মাৰ্চত দলটোৰ ৰাজ্যিক সমন্বয়ক ড০ ভবেন চৌধুৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গুৱাহাটী চহৰৰ কেইটামান...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img