Tag: aap

Browse our exclusive articles!

দিল্লীৰ বিধায়কৰ ৬৬ শতাংশ দৰমহা বৃদ্ধি; এতিয়া তেওঁলোকে কিমান পাব জানেনে?

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে এক অধিসূচনা জাৰি কৰিছে যাৰ মতে এতিয়া দিল্লীৰ বিধায়কসকলে তেওঁলোকৰ দৰমহা আৰু ভাট্টাত প্ৰায় ৬৬ শতাংশ বৃদ্ধি পাব। খবৰ...

গুৱাহাটীত মনীষ চিছ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

সোমবাৰে গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সুৰা নীতি কেলেংকাৰীত ভূমিকা লোৱাৰ অভিযোগত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰাক লৈ আম...

পুনৰ থমকিল বিজেপি, দিল্লীয়ে লাভ কৰিলে আপৰ প্ৰথম মহিলা মেয়ৰ

ধন-জন সকলো ব্যৱহাৰ কৰিও বিফল হ'ল বিজেপি। বিজেপিৰ কোটি কোটি টকীয়া প্ৰচাৰৰ ঢৌকো প্ৰতিহত কৰি দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনত আম আদমি পাৰ্টিয়ে বিজয়...

বাহনৰ ওপৰত নৃত্য আপৰ কাউন্সিলাৰৰ

পঞ্জাৱৰ হোছিয়াৰপুৰৰ পৌৰ নিগমৰ আম আদমী পাৰ্টিৰ কাউন্সিলাৰ এজনৰ ভিডিঅ’ত পঞ্জাৱত গাড়ীৰ ওপৰত নাচি থকা দেখা গৈছে ছ’চিয়েল মিডিয়াত। এই কাণ্ডৰ বিষয়ে সোধাত তেওঁ...

শীঘ্ৰে অসমলৈ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল; অসমৰ আম আদমি পাৰ্টীৰ প্ৰতিনিধি দলৰ অৰবিন্দ কেজৰিৱালক সাক্ষাৎ

দিল্লী, পঞ্জাবত আম আদমি পাৰ্টীৰ চৰকাৰ গঠনৰ পাছত ২০২৬ত অসমত চৰকাৰ গঠনৰ বাবে তৎপৰ হৈ পৰিছে দলটো। যোৱা ১০ ফেব্ৰুৱাৰীত আপ, অসমৰ এটা ৩৫...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img