Breaking

Browsing Tag

ACCIDENT

পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে দুদিন পূৰ্বে কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱা ডলী হাজৰিকাই

পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে দুদিন পূৰ্বে কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱা ডলী হাজৰিকাই। তীব্ৰবেগী এখন বাছে মহটিয়াই নিলে বাইক আৰোহী পিতৃ আৰু কন্যা ডলী হাজৰিকাক , থিতাতে নিহত হয় যুৱ সংবাদকৰ্মী ডলী হাজৰিকা। পিতৃ অৱস্থা সংকটজনক!
Read More...

জম্মু-কাশ্মীৰৰ বিলাৱাৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত কমেও ৫ জন লোক নিহত…

জম্মু-কাশ্মীৰৰ বিলাৱাৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত কমেও ৫ জন লোক নিহত হোৱাৰ লগতে ১৫ জন গুৰুতৰভাৱে আহত হয়। শুকুৰবাৰে বিলাৱাৰৰ ধনু পেৰ’ল গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা।
Read More...

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত চিকিৎসাৰ সময়ত দুই…

কামৰূপৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত চিকিৎসাৰ সময়ত দুই ভাই-ভনীৰ মৃত্যু হয়। খবৰ অনুসৰি কেন্দুকোনাস্থিত ৰাষ্ট্ৰীয় ঘাইপথ-৩১ত
Read More...

মুম্বাই-গোৱা ঘাইপথত এখন গাড়ী আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ৯ জন…

বৃহস্পতিবাৰে পুৱা মুম্বাই-গোৱা ঘাইপথত এখন গাড়ী আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ৯ জনৰ ভিতৰত এটা শিশু আৰু তিনিগৰাকী মহিলাও আছে। আৰক্ষীয়ে জনোৱা মতে, আজি পুৱা প্ৰায় ৫ বজাত ঘাইপথৰ মঙহৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
Read More...

ইউক্ৰেইনত শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত গৃহ মন্ত্ৰীৰ লগতে তিনি শিশুসহ ১৮ গৰাকী লোক নিহত…

নেপালৰ শোকাৱহ বিমান দুৰ্ঘটনাই বিশ্বজুৰি সৃষ্টি কৰা চাঞ্চল্য মাৰ নাযাওঁতেই আন এক ভয়াৱহ বিমান দুৰ্ঘটনাৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ এই দুৰ্ঘটনা সংঘটিত হৈছে ইউক্ৰেইনত। আজি ৰাজধানী কিয়েভৰ পৰা কিছু দূৰত্বৰ ব্ৰ’ভাৰী চহৰত সংঘটিত হেলিকপ্টাৰ
Read More...

নেপালত ৭২ জন যাত্ৰীৰ সৈতে এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত…

বছৰৰ আৰম্ভণিতে নেপালত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। বিমানখন ৭২ জন যাত্ৰীৰ সৈতে দুৰ্ঘটনাত পতিত হয়। দেওবাৰে পুৱা প্ৰায় ১১ বজাত পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ আগেয়ে দুৰ্ঘটনাটো সংঘটিত হৈছে।
Read More...

মহাৰাষ্ট্ৰৰ শ্বিৰ্দি ঘাইপথত বাছ-ট্ৰাকৰ সংঘৰ্ষত ১০ জন নিহত, ৩০ জনৰো অধিক আহত…

আৰক্ষীৰ মতে, তীৰ্থযাত্ৰী কঢ়িওৱা শ্বিৰ্দি চাইবাবা মন্দিৰলৈ যোৱা এখন বাছে এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত থিতাতে ১০ জন লোকৰ মৃত্যু হয় । শুকুৰবাৰে মহাৰাষ্ট্ৰৰ নাচিক-শ্বিৰদী ঘাইপথত এখন বাছে এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত সংঘৰ্ষত দুটি শিশুসহ ১০ জন
Read More...

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা দেওবাৰে নিশা গাড়ী দুৰ্ঘটনাত পতিত হৈ আহত হয়…

দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হাজৰিকাক ভাঙি যোৱা গাড়ীৰ পৰা নামিবলৈ সহায় কৰে সেই স্থানত উপস্থিত স্থানীয় ৰাইজে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা দেওবাৰে নিশা তেওঁৰ গাড়ী দুৰ্ঘটনাত পতিত হৈ আহত হয়।
Read More...

লক্ষ্ণৌৰ হোটেল বিস্ফোৰণৰ ফলত ১০ জন আহত…

শুকুৰবাৰে লক্ষ্ণৌৰ কৃষ্ণ নগৰ অঞ্চলৰ এখন হোটেলত সংঘটিত হোৱা বিস্ফোৰণত ১০ জনৰো অধিক লোক আহত হয়। হোটেল এম্পোৰিয়া গ্ৰেণ্ডৰ পাকঘৰত সংঘটিত হয় এই ঘটনা।
Read More...

একপক্ষীয় প্ৰেমিকা উৰ্বশী ৰৌতেলা‌ই কান্দোনত ভাঙি পৰিল ঋষফ পণ্টৰ দুৰ্ঘটনাৰ খবৰ শুনি…

কান্দোনত ভাঙি পৰিল উৰ্বশী ৰৌতেলা । ক্ৰিকেটাৰ ঋষফ পণ্টৰ দুৰ্ঘটনাৰ খবৰ শুনি মূৰ ঘূৰাই পৰি গ'ল অভিনেত্ৰী গৰাকী । দীৰ্ঘদিনৰ পৰা
Read More...