Breaking

Browsing Tag

ACCIDENT

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত শোকাৱহ পথ দুৰ্ঘটনা…

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত চতেমাৰী গাঁৱৰ গিৰিবালা দাস নামৰ এগৰাকী বৃদ্ধাৰ কৰুণ মৃত্যু । হাজো-দৌলাশাল পথৰ বৰতলাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটি ।
Read More...

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত এখন ফুটব্ৰীজৰ স্লেব ভাঙি পৰাৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে ২০ গৰাকী…

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত দেওবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। চন্দ্ৰপুৰৰ বল্লাৰ শ্বাহ ৰেল ষ্টেচনত সন্ধিয়া প্ৰায় ৫ বজাত এখন ফুটব্ৰীজৰ স্লেব ভাঙি পৰাৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে ২০ গৰাকী আহত হয়।
Read More...

দেওবাৰে পঞ্জাৱৰ কিৰাটপুৰ চাহাবত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা…

দেওবাৰে পঞ্জাৱৰ কিৰাটপুৰ চাহাবত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। চহৰখনত এখন ৰে’লে মহতীয়াই নিয়াৰ ফলত ৩ শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি শিশু গুৰুতৰভাৱে আহত হয়। ৰে’ললাইন পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে এই শোকাৱহ দুৰ্ঘটনাত পতিত হয় শিশুকেইটি।
Read More...

বিহাৰৰ বৈশালীত শোভাযাত্ৰাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত কমেও ১২ জন লোক…

ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল লোকসকলে। পদযাত্ৰাৰ সময়তে হঠাতে এখন ট্ৰাক তেওঁলোকৰ পিনে তীব্ৰ গতিৰে আহি খুন্দিয়ায়। মুহূৰ্তৰ ভিতৰতে ট্ৰাকে পদযাত্ৰাত অংশগ্ৰহণ কৰা কেইবাজনো লোকক পিষ্ট কৰে। ঘটনাটোত মহিলা আৰু শিশুসহ কমেও ১২ জন লোকে
Read More...

শিৱসাগৰ হাঁহচৰাত ভয়ংকৰ পথ দুৰ্ঘটনা…

শিৱসাগৰ হাঁহচৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত সদৌ তাই আহোম ছাত্র সন্থাৰ (আটাছু) শিৱসাগৰ জিলা সমিতিৰ সভাপতি জয়ন্ত সন্দিকৈ। হাঁহচৰা নগা গাওঁত সংঘটিত হয় এই
Read More...

চাপৰৰ খেৰডুবীত ভয়ংকৰ পথ দুৰ্ঘটনা…

চাপৰৰ খেৰডুবীত ভয়ংকৰ পথ দুৰ্ঘটনা। খেৰডুবীস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংঘটিত হয় উক্ত ভয়াবহ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন বাইক আৰোহী আন এগৰাকীৰ অৱস্থা সংকটজনক। বাইক আৰু ট্ৰাকৰ মাজত
Read More...

চুবুৰীয়া ৰাজ্য মিজোৰামত এক ভয়াৱহ ঘটনা…

চুবুৰীয়া ৰাজ্য মিজোৰামত আজি সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। ৰাজ্যখনত এটা শিলৰ কুৱেৰী খহি পৰাৰ ফলত বিহাৰৰ প্ৰায় ১২ গৰাকী শ্ৰমিক খহি পৰা মাটিৰ তলত আৱদ্ধ হৈ পৰিছে। সূত্ৰ অনুসৰি, মিজোৰামৰ হনাথিয়েল জিলাৰ মৌদাৰহ অঞ্চলত থকা এটা প্ৰাইভেট কোম্পানীৰ
Read More...

অমৃতসৰত ভয়ানক পথ দুৰ্ঘটনা, অজ্ঞাত বাহনে খুন্দা মৰাৰ ফলত একে পৰিয়ালৰ ৪ জন লোকৰ মৃত্যু…

অমৃতসৰৰ আজনলাত সংঘটিত পথ দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, সুৰজিৎ ​​সিং, তেওঁৰ পত্নী সন্তোষ কৌৰ (আৰু তেওঁলোকৰ কন্যা প্ৰীত কৌৰ আৰু পুত্ৰ সোনুক চেপি ধৰাৰ ফলত মৃত্যু হয়।
Read More...

আমেৰিকা য়াৰ শ্ব’ৰ চলাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ দুই বিমানৰ সংঘৰ্ষ…

মাজ আকাশত দুই বিমানৰ সংঘৰ্ষ । ফলত মাটিত আহি পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমান । ঘটিল বিস্ফোৰণো । আমেৰিকা (US)ত এটা এয়াৰ শ্ব’ৰ চলাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ছয়জন লোকৰ মৃত্যুহোৱাৰ আশংকা কৰা হৈছে। তথ্য অনুসৰি ছয়জন বিমানৰ ক্ৰু
Read More...

নিশা মুকালমুৱাৰ লোহাৰকাঠা মাদলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজন নিহত, পাঁচজন আহত…

নিশা মুকালমুৱাৰ লোহাৰকাঠা মাদলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে এজন নিহত, পাঁচজন আহত। ৰাসৰ আনন্দৰ মাজতে মুকালমুৱাৰ লোহাৰকাঠা মাদলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।‌ বৰপেটাৰ চেঙাৰ দিশৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহন আৰু বিপৰীত দিশৰ পৰা
Read More...