Breaking

Browsing Tag

ACCIDENT

কাশ্মীৰৰ প্ৰেমনগৰ অঞ্চলত চেনাব নদীত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা…

মঙলবাৰে নিশা জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। চাৰিগৰাকী যাত্ৰী থকা এখন বাহন কাশ্মীৰৰ প্ৰেমনগৰ অঞ্চলত চেনাব নদীত ডুব যোৱাৰ ফলত আটাইকেইগৰাকী যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে।
Read More...

চাপৰৰ কুমুৰীগাঁৱস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা…

চাপৰৰ কুমুৰীগাঁৱস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা। চাৰিচকীয়া বাহন এখনে খুন্দিয়ায় বাইকক। গুৰুতৰভাৱে আহত বাইক আৰোহী। আহত বাইক আৰোহী জনৰ নাম মেহেৰ আলী হাৰকাটা গাঁৱৰ নিবাসী বুলি জানিব পৰা গৈছে।
Read More...

ধিঙৰ বৰভেটিত ভয়ংকৰ পথ দুৰ্ঘটনা…

ধিঙৰ বৰভেটিত ভয়ংকৰ পথ দুৰ্ঘটনা ।থিতাতে নিহত এজন । আহ'ত ১৫ জন। দুজনৰ অৱস্হা সংকটজনক ,নিহত জনৰ নাম গুলজাৰ হুছেইন ।👉 *আহত কেইজনক ধিং FRU ত ভৰ্তি কৰোৱা হয় ।
Read More...

নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত ধিঙৰ শালকাটি সংযোগী পথত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা…

নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত ধিঙৰ শালকাটি সংযোগী পথত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । জানিব পৰা মতে As-02-cc8970 নম্বৰৰ বলেৰ' পিকাপ গাড়ী এখনে মাছ কঢ়িয়াই নিয়া অৱস্থাত এই পথ দূৰ্ঘটনাটো সংঘটিত ।
Read More...

গুজৰাটৰ মোৰবী জিলাত ১৫০ বছৰ পুৰণি ওলোমা দলং খহি পৰাৰ ফলত সংঘটিত দুৰ্ঘটনাত কমেও ১৪১ জন লোক নিহত…

গুজৰাটৰ মোৰবী জিলাত ১৫০ বছৰ পুৰণি ওলোমা দলং খহি পৰাৰ ফলত সংঘটিত দুৰ্ঘটনাত কমেও ১৪১ জন লোক নিহত হৈছে। ব্ৰিটিছৰ দিনত নিৰ্মাণ কৰা এই দলংখন খহি পৰা ঘটনাত আন বহুলোক আহত হৈছে।
Read More...

নিশা মুকালমুৱাৰ সাপকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত দুজনক GNRCলৈ প্ৰেৰণ

নিশা মুকালমুৱাৰ সাপকাটাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। অচিনাক্ত বাহনে দুচকীয়া বাহন এখনক খুন্দিয়াৰ ফলত পথ দুৰ্ঘটনাটো সংঘটিত হয়। পথ দুৰ্ঘটনাটোত দুচকীয়া বাহনখনৰ চালক-আৰোহী দুয়োজন গুৰুতৰভাৱে আহত হয়। আহত লোক দুজনৰ নাম মিৰ হুছেইন আৰু
Read More...

লাডাখত গভীৰ খাদত যাত্ৰীবাহী বাহন‌ বাগৰি পৰি প্ৰাণ হেৰুৱালে চাৰি পৰ্যটকে…

মঙ্গলবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথৰ ওচৰত সংঘটিত এক ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত ছয়গৰাকীকৈ তীৰ্থযাত্ৰীৰ মৃত্যুৰ চাঞ্চল্য মাৰ নৌ-যাওঁতেই আন এক শোকাৱহ দুৰ্ঘটনাই প্ৰাণ ল’লে চাৰি পৰ্যটকৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মঙলবাৰে
Read More...

নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা।

নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত তিনিজনক GMCH লৈ প্ৰেৰণ। নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত তিনিজনক GMCH লৈ প্ৰেৰণ। দুৰ্ঘটনাটোৰ এজন চাইকেল আৰোহী আৰু দুজন বাইক আৰোহী আহত হয়। হাজো-দৌলাশাল পথৰ বৰতলাত সংঘটিত হয় পথ
Read More...

এক মৰ্মাহত ঘটনা । মহালয়া উদযাপনত বাংলাদেশত নদীত ডুবি যাত্ৰীবাহীত নাওত ২৪ গৰাকীৰ মৃত্যু…

হিন্দু ধৰ্মাৱলম্বী সকলৰ পবিত্ৰ অনুষ্ঠান মহালয়া উদযাপনৰ সময়তে বাংলাদেশত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। দেওবাৰে বাংলাদেশৰ পঞ্চগড়ৰ কাৰাটয়া নদীত এখন নাও ডুবি যোৱাৰ ফলত ২৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও লোক সন্ধানহীন হৈছে।
Read More...

নিশা মুকালমুৱাৰ কান্ধবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা মুকালমুৱাৰ কান্ধবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত এজনক GMCH লৈ প্ৰেৰণ । মুকালমুৱাত কান্ধবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হাজো-দৌলাশাল পথৰ কান্ধবাৰীত পথ দুৰ্ঘটনাটো সংঘটিত হয়।
Read More...