Tag: ACCIDENT

Browse our exclusive articles!

মঙলদৈত তীব্রবেগী বাহনে মহটিয়াই নিলে ৪জন কলেজীয়া ছাত্রক…

মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনাতীব্রবেগী বাহনে মহটিয়াই নিলে ৪জন কলেজীয়া ছাত্রক বেজপাৰা MPK পথত এই দুর্ঘটনাআহত ছাত্রকেইজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভর্তি সংকটজনক অৱস্থাত দুজন ছাত্রক GMCHলৈ প্ৰেৰণ

বিহাৰৰ জাহানাবাদত বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৩ মহিলাসহ ৭গৰাকীৰ মৃত্যু…

বিহাৰৰ জাহানাবাদত শোকাৱহ ঘটনা। জাহানাবাদৰ মখদুমপুৰস্থিত বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৩ মহিলাসহ ৭গৰাকীৰ মৃত্যু। আন ৩৫ গৰাকী ভক্ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।

মেঘালয়ৰ কুলিয়াঙত বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন…

মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ পৰা হোৰাহোৰে খহি পৰিছে বোকা-মাটি। বোকা-মাটিত পোত গ'ল ট্ৰাকসহ আন এখন অল্টো বাহন। বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত...

টীয়কৰ মুদৈজানত পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত এজন বাইক আৰোহী…

টীয়কৰ মুদৈজানত পথ দুর্ঘটনাবাইক আৰু মাৰুতি বাহনৰ মাজত সংঘর্ষ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন বাইক আৰোহীস্থানীয় লোকৰ তৎপৰতাত আহত লোকজনক JMCHত ভর্তি দুর্ঘটনাগ্রস্ত বাইকখনৰ নম্বৰ AS23-AD-4010বৰ্তমানলৈ উদ্ধাৰ...

মাজুলীত হাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এগৰাকী মহিলা…

মাজুলীত হাত নাও দুর্ঘটনাহাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এগৰাকী মহিলাসন্ধানহীন মহিলাগৰাকী জেতুকী পেগুমাছ মাৰিবলৈ যাওঁতে নাৱৰ পৰা পৰি সন্ধানহীন মহিলাগৰাকী উজনি মাজুলীৰ ব্ৰহ্মপুত্ৰৰ সুঁতিত...

Popular

Ajmal Super-40:মৰিয়ম আজমল ৱমেন্স কলেজ অফ চাইন্স এণ্ড টেকন’লজিৰ চিকিৎসক-অভিযন্তাক সম্বধৰ্না

হোজাইৰ এখন সভাত বৃহস্পতিবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে মৌলানা বদৰুদ্দিন আজমল(Ajmal Super-40)৷ কিছুদিন পূৰ্বে অখিল গগৈয়ে ডবকাৰ এখন সভাত আজমলৰ শিক্ষানুষ্ঠানত ধনৰ বিনিময়ত শিক্ষা দিয়া বুলি উল্লেখ কৰিছিল৷

Saraighat Assam Yearbook-2025:২৪ বছৰত ভৰি দিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম ইয়েৰবুক ‘শৰাইঘাট অসম ইয়াৰবুক-২০২৫’এ

২৪ বছৰত ভৰি দিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন ইয়েৰবুকে। ২০০২ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা শৰাইঘাট অসম ইয়াৰবুক-২০২৫(Saraighat Assam Yearbook-2025) গ্ৰন্থখন এইবেলি তথ্যৰ মেটমৰা সম্ভাৰেৰে ২৪ সংখ্যক বৰ্ষৰ সংস্কৰণ হিচাপে প্ৰকাশ পাইছে।

Sweet: মিঠাইয়ে ওজন বৃদ্ধি কৰিব পাৰে! এচামুচ চেনিত কিমান কেলৰি আছে জানি লওক

সকলোৱে মিঠাই খাই ভাল পায়। কিন্তু আপুনি জানেনে যে প্ৰতিটো মিঠাইয়ে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে! মিঠাইৰ প্ৰধান উপাদান চেনি কেলৰিৰে ভৰপূৰ।(Sweet)

Sonu Sood: মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ লাভ চনু সুদৰ!

সততে উদাৰতাৰ বাবে পৰিচিত চনু সুদ বৰ্তমান তেওঁৰ আগন্তুক ছবি ‘ফাতেহ’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। ইফালে অভিনেতাগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ লাভ কৰা বুলি খবৰ প্ৰকাশ কৰে।(Sonu Sood)

Subscribe

spot_imgspot_img