Tag: ACCIDENT

Browse our exclusive articles!

নেপালৰ বাৰা জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা ! দুৰ্ঘটনাত ৭গৰাকী যাত্ৰী নিহত…

নেপালৰ বাৰা জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাত ৭গৰাকী যাত্ৰী নিহত। নিহতসকলৰ ৬গৰাকী লোক ভাৰতীয় নাগৰিক। গুৰুতৰভাৱে আহত ১৯গৰাকী যাত্ৰী। বাৰা জিলাৰ ছুৰীয়ামাই মন্দিৰৰ সমীপত...

ৰঙিয়াত দাম্পাৰে মহতিয়ালে চাইকেল আৰোহীক ! গুৰুতৰ ভাবে আহত এজন…

ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ।ৰঙিয়াৰ আই অ চিৰ পেট্ৰল পাম্পৰ সমীপত সংঘটিত হ'ল দুৰ্ঘটনা । নলবাৰীৰ পৰা বাইহাটা অভিমুখে গৈ থকা ডাম্পাৰে খনে...

ভূমধ্য সাগৰত লাম্পেডুচা দ্বীপৰ পৰা যাত্ৰা কৰা দুখন জাহাজ সাগৰত ডুব যোৱাৰ ফলত শিশুসহ ভালেকেইগৰাকী যাত্ৰী নিহত…

ভূমধ্য সাগৰত লাম্পেডুচা দ্বীপৰ পৰা যাত্ৰা কৰা দুখন জাহাজ সাগৰত ডুব যোৱাৰ ফলত শিশুসহ ভালেকেইগৰাকী যাত্ৰী নিহত হয়। সাগৰত তীব্ৰ ঢৌ থকা বাবে এই...

পাকিস্তানত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা । নিহত ১৯, আহত ৫০…

পাকিস্তানৰয়ংকৰ ৰে'ল দুৰ্ঘটনাত ১৯ জন নিহত আৰু ৫০ জন আহত। দক্ষিণ পাকিস্তানত এখন ৰে’ল ৰেলপথৰ পৰা ওলাই অহাৰ ফলত ১৯ জন লোক নিহত হোৱাৰ...

যোৰহাটৰ পুলিবৰ ধাপকটা তিনিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…

যোৰহাটৰ পুলিবৰ ধাপকটা তিনিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মঙলবাৰে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা ঘটে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা...

Popular

12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়

প্রযুক্তিগত বিশ্বত অসমীয়া কিতাপৰ ভৱিষ্যৎ কি হ’ব সেই বিষয়ে সকলোৰে মনত প্রশ্ন উদয় হয়। এটা কথা মনত ৰখা ভাল যে ছপা কিতাপৰ আদৰ সদায় থাকিব।তাত কোনো সন্দেহ কৰিব নালাগে(12th Fail)।কিয়নো ছপা কিতাপ এখন পঢ়ি যি আনন্দ পোৱা যায় তেনে আনন্দ আন কোনো মাধ্যমত পোৱা নাযায় সেই কথা কিতাপ অধ্যয়ন কৰা সকলোৰে একমত হ’ব।

Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita) ২৪ অক্টোবৰ ২০২৪ তাৰিখে যোৰহাটৰ লাহদৈগড়ত ‘কেন্দ্ৰীয় ৰেচম ব’ৰ্ড’ৰ ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (চিএমইআৰ এণ্ড টিআই)ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Noranra Modi । জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

চীন-ভাৰতৰ সংঘাতৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক চীন সীমান্তত 'শান্তি 'ৰ পৰিবেশ সৃষ্টিৰ আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । (Noranra Modi)

Priyanka Gandhi : নিৰ্বাচনী পথাৰত প্ৰথম খোজ ছোনিয়া তনয়াৰঃ ৱায়ানাড লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰিয়ংকা গান্ধীয়ে

দেশৰ নিৰ্বাচনত প্ৰত্যক্ষভাবে জড়িত হল গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্যা। ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী পথাৰত প্ৰথম খোজ পেলালে। । প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হল এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে (Priyanka Gandhi)

Subscribe

spot_imgspot_img