Tag: ACCIDENT

Browse our exclusive articles!

গুজৰাটৰ মোৰবী জিলাত ১৫০ বছৰ পুৰণি ওলোমা দলং খহি পৰাৰ ফলত সংঘটিত দুৰ্ঘটনাত কমেও ১৪১ জন লোক নিহত হৈছে…

গুজৰাটৰ মোৰবী জিলাত ১৫০ বছৰ পুৰণি ওলোমা দলং খহি পৰাৰ ফলত সংঘটিত দুৰ্ঘটনাত কমেও ১৪১ জন লোক নিহত হৈছে। ব্ৰিটিছৰ দিনত নিৰ্মাণ কৰা এই...

নিশা মুকালমুৱাৰ সাপকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত দুজনক GNRCলৈ প্ৰেৰণ

নিশা মুকালমুৱাৰ সাপকাটাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। অচিনাক্ত বাহনে দুচকীয়া বাহন এখনক খুন্দিয়াৰ ফলত পথ দুৰ্ঘটনাটো সংঘটিত হয়। পথ দুৰ্ঘটনাটোত দুচকীয়া বাহনখনৰ...

লাডাখত গভীৰ খাদত যাত্ৰীবাহী বাহন‌ বাগৰি পৰি প্ৰাণ হেৰুৱালে চাৰি পৰ্যটকে…

মঙ্গলবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথৰ ওচৰত সংঘটিত এক ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত ছয়গৰাকীকৈ তীৰ্থযাত্ৰীৰ মৃত্যুৰ চাঞ্চল্য মাৰ নৌ-যাওঁতেই আন এক শোকাৱহ দুৰ্ঘটনাই প্ৰাণ ল’লে চাৰি পৰ্যটকৰ। ঘটনা সন্দৰ্ভত...

নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা।

নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত তিনিজনক GMCH লৈ প্ৰেৰণ। নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত তিনিজনক GMCH লৈ প্ৰেৰণ। দুৰ্ঘটনাটোৰ এজন...

এক মৰ্মাহত ঘটনা । মহালয়া উদযাপনত বাংলাদেশত নদীত ডুবি যাত্ৰীবাহীত নাওত ২৪ গৰাকীৰ মৃত্যু…

হিন্দু ধৰ্মাৱলম্বী সকলৰ পবিত্ৰ অনুষ্ঠান মহালয়া উদযাপনৰ সময়তে বাংলাদেশত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। দেওবাৰে বাংলাদেশৰ পঞ্চগড়ৰ কাৰাটয়া নদীত এখন নাও ডুবি যোৱাৰ ফলত...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img