Tag: ACCIDENT

Browse our exclusive articles!

নিশা মুকালমুৱাৰ কান্ধবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা মুকালমুৱাৰ কান্ধবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত এজনক GMCH লৈ প্ৰেৰণ । মুকালমুৱাত কান্ধবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।...

মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত আহত সাতজন …

নিশা নলবাৰী জিলাৰ মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা। আৰক্ষীৰ তালাচিৰ পৰা পলায়ন কৰা বাহনে এফালৰ পৰা মহতিয়াই নিলে বহুকেইখন বাহন। নলবাৰী জিলাৰ মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা।...

জন্মু-কাশ্মীৰৰ ডোডা জিলাৰ পথ দুৰ্ঘটনাত ৬জন লোক‌ নিহত…

… সোমবাৰে জম্মু-কাশ্মীৰৰ ডোডা জিলাত দুটা পথ দুৰ্ঘটনাত ৬ জন লোক নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। একে সময়তে, দুৰ্ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আহত হৈছে। জে...

শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকী আঠখেলত টেংকাৰ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ,নিহত ১..

আঠখেলত তীব্ৰবেগী অ'এনজিচি Mud ভৰ্তি টেংকাৰ আৰু Heavy duty মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ । শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকী আঠখেলত টেংকাৰে মহতিয়াই নিয়ে মটৰ...

ভূৰাগাঁও চাৰিআলিত পথ দূৰ্ঘটনা। ই-ৰিক্সাৰ খুন্দাত থিতাতে মৃত্যু এগৰাকী পথচাৰীৰ…

ভূৰাগাঁও চাৰিআলিত পথ দূৰ্ঘটনা। ই-ৰিক্সাৰ খুন্দাত থিতাতে মৃত্যু এগৰাকী পথচাৰীৰ। মৃত লোকজন মলহু চাপৰিৰ বক্কৰ আলী বুলি জানিব পৰা গৈছে। দূৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img