Breaking

Browsing Tag

Actress Sumi Bora

Sumi Borah: আজিও সন্ধান নাই স্বামীসহ ৰীলছ ৰাণী চুমি বৰাৰ…

আজিও সন্ধান নাই স্বামীসহ ৰীলছ ৰাণী চুমি বৰাৰ। মহানগৰীৰ কেইবাটাও স্থানত আৰক্ষীৰ অভিযান, কিন্তু সন্ধান লাভ কৰা নাই ৰীলছ অভিনেত্ৰী চুমিৰ। গুৱাহাটীৰ কোনো অজ্ঞাত স্থানত আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ৷(sumi borah)
Read More...

Online Trading Scam: চুমি বৰাই কৌশলেৰে হাই প্ৰফাইল লোকক অনলাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাইছিল…

এগৰাকী আগশাৰীৰ সাংবাদিকে ছ’চিয়েল মিডিয়াৰ পোষ্টত ধন বিনিয়োগকাৰীসকলহে অপৰাধী, চুমি বৰা, বিশাল ফুকন আদি নহয় বুলি কৰা মন্তব্যয়ো সেইসকল বিষয়া, ৰাজনীতিকক হতাশ কৰি তুলিছে বুলি সূত্ৰটোৱে কয়। সঁচাকৈয়ে নাৰীয়েই গঢ়ে আৰু নাৰীয়েই ভাঙে বুলি কোৱা কথাষাৰ…
Read More...

Sumi Borah:পলাতক চুমি বৰাৰ বাহনৰ সন্ধান! ক’ত আত্মগোপন কৰি আছে চুমি বৰাই…

আনহাতে আজি নুনমাটিত ওলাইছে চুমি-তাৰ্কিকে ব্যৱহাৰ কৰা বাহনৰ সন্ধান। পাথৰকোঁৱেৰীৰ আইডেল হিল ভিউ এপাৰ্টমেণ্টত আৰক্ষীৰ অভিযান। এপাৰ্টমেণ্টটোৰ পাৰ্কিঙত আছে চুমিয়ে ব্যৱহাৰ কৰা বাহন। AS01FW 0006 নম্বৰ বাহনখন প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে।(sumi borah…
Read More...

Online Trading Scam: চুমি বৰাৰ আছে অতীতৰ বহু অকথিত অধ্যায়…

চুমি বৰাৰ স্থানীয় একাংশ লোকৰ মাজত চৰ্চিত খবৰ অনুসৰি চুমি বৰাই অতি সৰুতেই ঘৰৰ অজ্ঞাতে পলাই গৈ ডিব্ৰুগড়ৰ জালান চাহ বাগিচাৰ ৰাধাকৃষ্ণ মন্দিৰত এজন যুৱকৰ সৈতে বিয়া হৈছিল। কিন্তু বয়স অতি কম হোৱা বাবে পৰিয়ালৰ লোকে চুমিক পুনৰ ঘৰলৈ ওভতাই আনি পঢ়া…
Read More...

Online Trading Scam: চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ…

চৰ্চালৈ আহিছে চুমিৰ এখন বিশেষ অসমীয়া ছবিৰ চুক্তি স্বাক্ষৰৰ কথা। ছবিখনৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খালিফাত। স্বাক্ষৰ কৰা ছবিখনৰ নাম ‘The Black Umbrella’। বুৰ্জ খলিফাত এক ৰাতিত ৭ লাখ টকাৰে ৰূম বুক কৰিছিল…
Read More...

Online Trading Scam: গুৱাহাটীত কণ্ঠশিল্পী দীক্ষুৰ ঘৰত লুকাই আছিল চুমি আৰু তাৰ্কিক…

গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ  অভিনেত্ৰী চুমি বৰা ঘটনা সন্দৰ্ভত মুখ খুলিছে গায়ক দীক্ষুৱে। দীক্ষুৰ ঘৰত লুকাই আছিল চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা। এই কথা সংবাদ মাধ্যমক জনালে গায়ক দীক্ষুৱে। দীক্ষুৱে সংবাদ মাধ্যমক কয় যে চুমি বৰা আৰু তাৰ্কিক
Read More...

Online Trading Scam: তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা!

শীঘ্ৰেই তাৰ্কিকক জেৰাৰ বাবে তলব কৰিব পাৰে আৰক্ষীয়ে। তাৰ্কিক বৰাই উজনি অসমত কেইবাখনো চাহ বাগিচা ক্ৰয় কৰিছে বুলি খবৰ ওলাইছে। পেছাত এজন ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী
Read More...

Online Trading Scam: বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই বতাহত মিলি গ’ল স্বল্পখ্যাত অভিনেত্ৰী চুমী…

নিশাটোৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখা একাংশ লোকৰ দুৰ্বলতাকে অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰি ৰাজ্যত এতিয়া দুষ্ট চক্ৰই মেলি দিছে অনলাইন ট্ৰেডিঙৰ জাল(Online Trading Scam)। সেই জালত বন্দী হৈছে অসমৰ হাজাৰ হাজাৰ লোক । কম সময়তে ধনী হোৱাৰ সপোন দেখা সেইসকল…
Read More...