Tag: Andhra Pradesh

Browse our exclusive articles!

অন্ধ্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগনৰ কাৰ্যালয়ত বিলাসী শোৱনি কোঠা! সকলোবোৰ সামগ্ৰী বিদেশৰ আমদানিকৃত…

শেহতীয়াভাৱে অনুষ্ঠিত অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত শাসন ক্ষমতাৰ পৰা বিতাড়িত হৈছে ৱাইএছ জগন ৰেড্ডী।নতুন মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৱে।চন্দ্ৰবাবুৱে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণৰ পিচতে...

১২ জুনত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব চন্দ্ৰবাবু নাইডুৱে, উপস্থিত থাকিব মোদী…

অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিৰ লগতে দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ব্যক্তি হৈ পৰিছে তেলুগু দেশম পাৰ্টীৰ নেতা চন্দ্ৰবাবু নাইডু। নাইডুৱে অহা ১২ জুনত মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। প্ৰধানমন্ত্ৰীৰ...

Popular

Co-District status to Kaliabor : সমজিলাৰ তালিকাত সোমাল কলিয়াবৰ; এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল কলিয়াবৰবাসী

নগাওঁ জিলাৰ আয়ুক্তৰ উপস্থিতিত কলিয়াবৰ সমজিলা উদ্বোধন কৰিলে মন্ত্ৰী কেশৱ মহন্তই(Equal District status to Kaliabor) । উদ্বোধনৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ উপৰি কলিয়াবৰৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু কলিয়াবৰীয়া ৰাইজ উপস্থিত থাকে।

Kamrup (M) Road Safety Committee: কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

পূজাৰ সময়চোৱাত কোনোৱে যাতে য’তে ত’তে অস্থায়ী দোকান, বজাৰ বহুৱাই বিশৃংখলতাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে তেওঁ জিলাখনৰ পথ-সুৰক্ষাৰ লগত জড়িত সকলো বিভাগকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ৷

Mangaldoi: Mother Language Day:মঙলদৈত কেন্দ্ৰীয়ভাবে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পালন

(Mother Language Day)অসমৰ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ ,কবি-সাহিত্যিক, গীতিকাৰ, ঔপন্যাসিক,অসম সাহিত্য সভাৰ বৰপেটা ৰোড অধিবেশনৰ সভাপতি , জবানবন্দীৰ দৰে কালজয়ী উপন্যাসৰ স্ৰষ্টা প্ৰখ্যাত কথা শিল্পী ইমৰাণ শ্বাহলৈ আগবঢ়োৱা হৈছে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা -২০২৪ । সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত ৫ আৰু ৬ অক্টোবৰত মঙলদৈত উদযাপিত সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা দিৱসৰ মুকলি সভাত অসমীয়া সাহিত্যৰ ৯১ বৰ্ষীয় মহীৰূহ গৰাকীক এই বঁটা প্ৰদান কৰা হ'ব বুলি মঙলদৈ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেল যোগে ঘোষণা কৰে ।

AAP: ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ

ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ। অসমীয়া লিপিৰ স্বীকৃতি বিচাৰিলে আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই। মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত চৰকাৰৰ ভূমিকা ৰহস্যজনক -আপ।(APP)

Subscribe

spot_imgspot_img