Breaking

Browsing Tag

ARBIND KEJRIWAL

ৰাজধানী চহৰ দিল্লীত পানীত ডুবি এতিয়ালৈ ৮জনৰ মৃত্যু

৮৮ বছৰীয়া ৰেকৰ্ড ভংগ কৰি হোৱা বৰষুণৰ ফলত এতিয়া বানপানীৰ কবলত ককবকাই থাকিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজধানী চহৰ দিল্লী | ঘটনাৰ বিৱৰণী অনুসৰি প্ৰবল বৃষ্টিপাতৰ বাবে হোৱা কেইবাটাও দুৰ্ঘটনাত ইতিমধ্যে ৮ জনকৈ লোকৰ মৃত্যু হয়। প্ৰচণ্ড
Read More...

পুনৰ গ্ৰেপ্তাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

পুনৰ দিল্লীৰ ৰাউচ এভিনিউ আদালতত ইডিয়ে কেজৰিৱালক হাজিৰ কৰাৰ পাছতে চিবিআইয়ে আদালতৰ অনুমতি সাপেক্ষে সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অৰবিন্দ কেজৰিয়ালক । আনহাতে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যয়ালয়ত বিচাৰ
Read More...