Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
Arvind Kejriwal
Search
Browse our exclusive articles!
অপাৰেছন লোটাছঃ দিল্লী বিধানসভাত আস্থা ভোটৰ প্ৰস্তাৱ উত্থাপন কৰিলে কেজৰিৱালে, আজি আলোচনা
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
February 17, 2024
দিল্লীত বিজেপিয়ে অপাৰেছন লোটাছ চলাব বিচাৰিছে। এই অভিযোগ ৰাজ্য খনৰ শাসনত থকা দল আপৰ। এনে অভিযোগৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে বিধানসভাত আস্থা...
দিল্লীৰ আলিপুৰৰ অগ্নিকাণ্ডত মৃতকৰ পৰিয়াললৈ ১০ লাখ, গুৰুতৰভাৱে আহতসকললৈ ২ লাখ, সামান্য আঘাতপ্ৰাপ্তলৈ ২০ হাজাৰকৈ টকা ঘোষণা মুখ্যমন্ত্ৰী কেজৰিৱালৰ…
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
February 16, 2024
দিল্লীৰ আলিপুৰৰ অগ্নিকাণ্ডত মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ ঘোষণা। গুৰুতৰভাৱে আহতসকললৈ ২ লাখ টকাকৈ, সামান্য আঘাতপ্ৰাপ্তলৈ ২০ হাজাৰ টকাকৈ ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ।...
I.N.D.I.A.ত আউল লগালে অৰবিন্দ কেজৰিৱালে! পঞ্জাৱত অকলেই অৱতীৰ্ণ হ’ব নিৰ্বাচনত…
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
February 10, 2024
লোকসভা নিৰ্বাচনৰ পূৰ্বে I.N.D.I.A.ত আকৌ আউল। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কৰিছে ডাঙৰ ঘোষণা। পঞ্জাৱত আন দলক এৰি নিদিয়ে এখনো আসন। পঞ্জাৱৰ ১৪ সংসদীয় সমষ্টিতে প্ৰাৰ্থী দিব AAP-এ।...
পঞ্চমবাৰৰ বাবে ইডিৰ সন্মুখত হাজিৰ নহ’ল অৰবিন্দ কেজৰিৱাল…
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
February 3, 2024
পঞ্চমবাৰৰ বাবে ইডিৰ সন্মুখত হাজিৰ নহ’ল অৰবিন্দ কেজৰিৱাল পঞ্চমবাৰৰ বাবে ইডিৰ সন্মুখত হাজিৰ নহ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। সুৰা কেলেংকাৰিৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) জাৰি...
সুৰা কেলেংকাৰীৰ গোচৰত পঞ্চমবাৰলৈ চমন মুুখ্যমন্ত্ৰী কেজৰিৱালক, তদন্তকাৰী সংস্থাৰ সন্মুখত হাজিৰ হ’ব নে মুখ্যমন্ত্রীগৰাকী…
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
February 2, 2024
ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত আবকাৰী নীতিৰ সন্দৰ্ভত কেজৰিৱালক জাৰি কৰা চমনৰ বিষয়ে তেওঁলোকৰ আইনী দলে অধ্যয়ন কৰি থকা বুলি প্ৰকাশ কৰিছে আম আদমী...
1
...
9
10
11
...
17
Page 10 of 17
Popular
Novel Jeora: কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘জেওৰা’ উন্মোচন
দৈনন্দিন বাৰ্তা
-
November 12, 2024
West Karbi Anglong: ১৯৫১ চনৰ আগত অহা সকলোৱে পাব ভূমিপট্টাঃ তুলিৰাম ৰংহাং
assam
November 12, 2024
পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ(West Karbi Anglong) বৈঠালাংছ’স্থিত ছেৰদিহুন আক্লাম ক্ষেত্ৰত আজি ভূমিপট্টা বিতৰণ কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে৷
Dholar Oja Mohendra Chutia: ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়ালৈ ‘বৰেণ্য শিল্পী বঁটা’ আৰু নৱ প্ৰজন্মৰ কণ্ঠশিল্পী প্ৰাণদ্বীপ হাজৰিকালৈ ‘যুৱ নক্ষত্ৰ বঁটা’
অসম
November 12, 2024
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিকৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশন যোৰহাটৰ ধলাজানত অনুষ্ঠিত হৈ যায়(Dholar Oja Mohendra Chutia)।এই অনুষ্ঠানত পতাকা উত্তোলনৰ পিছতেই প্ৰতিনিধি সভাৰ উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক অসীমজ্যোতি শইকীয়াই।
Pakistan AQI: এক কোটিৰো অধিক শিশুৰ জীৱন বিপদত পাকিস্তানত, শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান UNICEFৰ
মুখ্য-পৃষ্ঠা
November 12, 2024
পাকিস্তানত বায়ুৰ গুণাগুণ সূচকাংকই বিপদজনক স্তৰ অতিক্ৰম কৰি ৫ বছৰৰ তলৰ ১১ কোটি শিশুৰ বাবে ডাঙৰ ভাবুকি হৈ পৰিছে।(Pakistan AQI)
Water: ৰাতি শুৱাৰ আগতে এগিলাচ পানী কিয় খাব লাগে? ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক
মুখ্য-পৃষ্ঠা
November 12, 2024
পানী জীৱৰ প্ৰাণ, কাৰণ পানীৰ অবিহনে জীয়াই থকাটো অসম্ভৱ। সেয়েহে আমি দিনটোত কেইবাবাৰো পানী খাব লাগে। ৰাতি শুৱাৰ আগতে পানী খোৱাটো বাঞ্ছনীয়।(Water)
Subscribe
I want in
I've read and accept the
Privacy Policy
.