Breaking

Browsing Tag

Arvind Kejriwal

‘৪৫ কোটি টকাৰ সন্ধান পোৱা গৈছে, ১০০ কোটি টকাৰ ই এক অংশ’: কেজৰিৱালৰ কাৰাগাৰৰ জিম্মা…

দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ জুলাইলৈ বৃদ্ধি কৰিছে দিল্লীৰ আদালতে। বৰ্তমান কেজৰিৱাল তিহাৰৰ ২ নম্বৰ কাৰাগাৰত বন্দী হৈ আছে।১০ মে’ত উচ্চতম ন্যায়ালয়ে তেওঁক
Read More...

পুনৰ যাব লাগিব কাৰাগাৰলৈ! অতিৰিক্ত ৭ দিনৰ অন্তৱৰ্তীকালীন জামিন বিচাৰি কেজৰিৱালৰ আৱেদন, উচ্চতম…

জামিনৰ ম্যাদ উকলিবলৈ বেছি দিন নাই। পুনৰ কাৰাগাৰলৈ যাব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। উচ্চতম ন্যায়ালয় নিৰ্বাচনী প্ৰচাৰৰ বাবে কেজৰিৱালক ২১ দিনৰ অন্তৰ্ৱতীকালীন জামিন প্ৰদান কৰিছিল। সেই জামিনৰ ম্যাদ ১ জুনত অন্ত পৰিব। সেয়ে
Read More...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিৰে মেট্ৰ’ ষ্টেচনত ভাবুকিপূৰ্ণ লেখনি! আপৰ মতে…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকি দিয়া হৈছে। এই ভাবুকি বিজেপিৰ পৰাই অহা বুলি কৈছে আপে।কেজৰিৱালক মৃত্যুৰ ভাবুকি প্ৰদান কৰি দিল্লীৰ ৰাজীৱ চক, পেটেল নগৰ মেট্ৰ' ষ্টেচনত কেতবোৰ ভাবুকি ভৰা লেখা। আপৰ নেতা সঞ্জয় সিঙে বিজেপিৰ
Read More...

মন্দিৰে-মন্দিৰে কেজৰিৱাল, প্ৰথমে হনুমান মন্দিৰ, তাৰ পিছত শনি মন্দিৰ শেষত নৱগ্ৰহ মন্দিৰত পূজা দিল্লীৰ…

উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পিছত শনিবাৰৰ পৰা অৰবিন্দ কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰ চলাই। শনিবাৰে দুপৰীয়া তেওঁ কন’ট প্লেচৰ হনুমান মন্দিৰ দৰ্শন কৰিলে। ইয়াৰ পিছত তেওঁ সন্ধিয়া দিল্লীত ৰোড শ্ব’ কৰে। মুখ্যমন্ত্ৰী
Read More...

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দলৰ জ্যেষ্ঠ নেতাৰ ৰাজনীতি ধ্বংস কৰিছে : অৰবিন্দ কেজৰিৱাল…

প্ৰধানমন্ত্ৰী মোডীক লৈ অৰবিন্দ কেজৰিৱালঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে। কেজৰিৱালে কয় যে লাল কৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, শিৱৰাজ সিং
Read More...

প্ৰধানমন্ত্ৰী মোডী এখন যুদ্ধত পৰাস্তঃ কেজৰিৱালৰ মুক্তিক লৈ পাকিস্তানী নেতাৰ প্ৰতিক্ৰিয়া…

সুৰা নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালৰ জামিনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পাকিস্তানৰ নেতা চৌধুৰী ফাৱাদৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তিহাৰ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতে দেশৰ বহু নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৪৯ দিন কাৰাগাৰত কটোৱাৰ
Read More...

পৃথিৱীত পিতৃ-মাতৃতকৈ ডাঙৰ কোনো নাইঃ কাৰাগাৰৰ পৰা বাসগৃহত অৰবিন্দ কেজৰিৱাল…

শুক্ৰবাৰে কাৰাগাৰৰ পৰা বাসগৃহত উপস্থিত হয় অৰবিন্দ কেজৰিৱাল। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক পৰিয়ালৰ আদৰণি জনাই। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি জামিন লাভ কৰে। ১জুন পৰ্যন্ত অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ
Read More...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জামিন, নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ অনুমতি!

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জামিন। অৰবিন্দ কেজৰিৱালক ১জুনলৈকে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ। ২০ দিনৰ বাবে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হৈছে।
Read More...

আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত জামিনৰ শুনানি…

আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনৰ শুনানি৷ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ খণ্ড বিচাৰপীঠত হ'ব
Read More...

অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ…

অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে, থাকিব লাগিব কাৰাগাৰতে, উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানিঅৱশেষত আজিও জামিন নাপালে অৰবিন্দ কেজৰিৱালে৷ উচ্চতম ন্যায়ালয়ে মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ
Read More...