Breaking

Browsing Tag

Arvind Kejriwal

অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ…

অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে, থাকিব লাগিব কাৰাগাৰতে, উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানিঅৱশেষত আজিও জামিন নাপালে অৰবিন্দ কেজৰিৱালে৷ উচ্চতম ন্যায়ালয়ে মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ
Read More...

সামান্য সকাহঃ নিৰ্বাচনৰ মাজতে ৭ মে’ত কেজৰিৱালৰ অন্তৰ্ৱতীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম…

আপৰ বাবে সামান্য সকাহ। লোকসভা নিৰ্বাচনৰ মাজতে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আগতীয়া জামিনৰ আবেদনৰ শুনানিৰ বাবে সন্মত হয়। গোচৰটোৰ
Read More...

মোক কাৰাগাৰত ইনচুলিন দিয়া হোৱা নাইঃ কেজৰিৱালৰ গুৰুতৰ অভিযোগ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অসুস্থতা আৰু ইনচুলিনৰ বিষয়ে আম আদমী পাৰ্টি আৰু বিজেপিৰ মাজত যথেষ্ট বাক্যবাণ নিক্ষেপৰ ঘটনা চলি আছে। ইফালে তিহাৰ কাৰাগাৰৰ ডিজি সঞ্জয় বেনিৱালে কেজৰিৱাল প্ৰসংগত কেতবোৰ বিশ্ষ কথা সদৰী কৰে। আপে কাৰাগাৰ
Read More...

কেজৰিৱালৰ ডায়েটঃ জেলত কি খাব অৰবিন্দ কেজৰিৱালে, আজি আদালতে ল’ব সিদ্ধান্ত…

অৰবিন্দ কেজৰিৱালৰ ডায়েট সন্দৰ্ভত চলি থকা বিতৰ্কক লৈ আজি (২২ এপ্ৰিল) ৰাউছ এভিনিউ ক’ৰ্টত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ’ব। কাৰাবন্দী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ডায়েট আৰু মেডিচিন সম্পৰ্কীয় আবেদন সন্দৰ্ভত আজি সিদ্ধান্ত লোৱা
Read More...

আলু-পুৰী, আম-মিঠাই বেছিকৈ খোৱাৰ অভিযাগ কেজৰিৱালৰ বিৰুদ্ধে…

অৰবিন্দ কেজৰিৱালৰ ডায়েট চাৰ্টঃ চিকিৎসাৰ ভিত্তিত জামিন লাভৰ বাবে এতিয়া অৰবিন্দ কেজৰিৱালে ইচ্ছাকৃতভাৱে চেনিৰ মাত্ৰা বৃদ্ধি কৰিছে বুলি ইডিৰ অভিযোগ। তিহাৰ জেলত থকা অৱস্থাত মিঠা খাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আলু-পুৰী,
Read More...

অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিত তেওঁৰ পত্নী সুনীতা কেজৰিৱালে গুজৰাটত আপ প্ৰাৰ্থীৰ হৈ চলাব পাৰিব…

অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিত তেওঁৰ পত্নী সুনীতা কেজৰিৱালে গুজৰাটত আপ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব পাৰিব।আগন্তুক ৭ মে'ত গুজৰাটত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।
Read More...

২৩ এপ্ৰিল পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী…

২৩ এপ্ৰিল পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিলে এই ৰায়। ভাৰ্চুৱেলী শুনানি গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰোৱা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক।
Read More...

অৰবিন্দ কেজৰিৱালৰ আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ ! ১৫ এপ্ৰিললৈকে কাৰাগাৰত ৰখাৰ নিৰ্দেশ…

আদালতে পুনৰ বিমুখ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। আবকাৰী নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আদালতৰ পৰা নাপালে কোনো সকাহ। উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক
Read More...

আজি AAPৰ সমূহীয়া অনশন কাৰ্যসূচী ! দেশৰ ২৫খন ৰাজ্যৰ ৰাজধানী, জিলা, ব্লকত সাব্যস্ত প্ৰতিবাদ…

আজি AAPৰ সমূহীয়া অনশন কাৰ্যসূচী। পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'লে AAPৰ মন্ত্ৰী-বিধায়ক, সাংসদে।
Read More...

৭ এপ্ৰিলত দেশৰ লগতে অসমতো হ’ব সমূহীয়া উপবাস! অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস…

তথাকথিত সুৰা কেলেংকাৰীৰ তদন্তৰ নামত কেন্দ্ৰৰ বিজেপি চৰকাৰে আম আদমি পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কাৰাৰুদ্ধ কৰাৰ পিছতে মধুমেহ ৰোগৰ বাবে তেওঁৰ ওজন যথেষ্ট হ্ৰাস পোৱাত আম আদমি পাৰ্টীৰ প্ৰতিজন সদস্য উদ্বেগ হৈ পৰিছে।
Read More...