Breaking

Browsing Tag

Arvind Kejriwal

আজি AAPৰ সমূহীয়া অনশন কাৰ্যসূচী ! দেশৰ ২৫খন ৰাজ্যৰ ৰাজধানী, জিলা, ব্লকত সাব্যস্ত প্ৰতিবাদ…

আজি AAPৰ সমূহীয়া অনশন কাৰ্যসূচী। পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'লে AAPৰ মন্ত্ৰী-বিধায়ক, সাংসদে।
Read More...

৭ এপ্ৰিলত দেশৰ লগতে অসমতো হ’ব সমূহীয়া উপবাস! অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস…

তথাকথিত সুৰা কেলেংকাৰীৰ তদন্তৰ নামত কেন্দ্ৰৰ বিজেপি চৰকাৰে আম আদমি পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কাৰাৰুদ্ধ কৰাৰ পিছতে মধুমেহ ৰোগৰ বাবে তেওঁৰ ওজন যথেষ্ট হ্ৰাস পোৱাত আম আদমি পাৰ্টীৰ প্ৰতিজন সদস্য উদ্বেগ হৈ পৰিছে।
Read More...

কাৰাগাৰত কি কি সুবিধা লাভ কৰিব মুখ্যমন্ত্ৰী কেজৰিৱালে? কাৰাগাৰৰ পৰা দিল্লী চৰকাৰ চলাব পাৰিব নে…

১ এপ্ৰিলৰ পৰা অহা ১৪ দিন তিহাৰ কাৰাগাৰত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অৰ্থাৎ ১৫ এপ্ৰিললৈকে তেওঁৰ নতুন ঠিকনা তিহাৰ জেল হৈ থাকিব। ২ নম্বৰ জেলত ৰখা হ’ব তেওঁক। এতিয়া ৰাইজক অশান্তি দিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল দিল্লী চৰকাৰ
Read More...

‘জনতাই প্ৰত্যুত্তৰ দিব…’: কেজৰিৱালক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পিছতে ক’লে পত্নী সুনীতা…

স্বামীৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে সুনীতা কেজৰিৱালে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা সংবাদ মাধ্যমত সোচ্চাৰ হৈ আহিছে। দেওবাৰে "লোকতন্ত্ৰ বচাও" ৰেলীৰ সময়তো
Read More...

আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমতো ভিন্ন দৃষ্টিকোণেৰে প্ৰকাশ পালে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰ! ৱাশ্বিংটন…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰে কেৱল ৰাষ্ট্ৰীয় সংবাদমাধ্যমতেই নহয়, আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমতো বিশেষ গুৰুত্ব লাভ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে নিশা সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছতে
Read More...

অগণতান্ত্ৰিক! নিৰ্বাচন আয়োগৰ কাষ চাপিব ইণ্ডিয়া মিত্ৰজোঁট…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কালি ইডিয়ে গ্ৰেপ্তাৰৰ কৰাৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্নজনে। অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত ওলাই আহিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । মমতাই এক্সত লিখিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহ জনসাধাৰণৰ
Read More...

কেজৰিৱালে তেওঁৰ কৰ্মফল ভোগ কৰিছেঃ আন্না হাজাৰে…

কেজৰিৱালে তেওঁৰ কৰ্মফল ভোগ কৰিছে। এই মন্তব্য এসময়ত প্ৰিয় শিষ্য অৰবিন্দ কেজৰিৱালৰ গুৰু আনানা হাজাৰেৰ । আন্না হাজাৰেই কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ পিছতে তেওঁৰ এসময়ৰ প্ৰিয় শিষ্যৰ বিষয়ে মুখ খুলিছে। আন্না হাজাৰেই কয় "কেজৰিৱালে তেওঁৰ কামৰ
Read More...

দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰক লৈ আন্না হাজাৰেৰ প্ৰতিক্ৰিয়াঃ ‘অৰবিন্দ কেজৰিৱালে মোৰ কথা…

দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। আজি পিএমএলএ আদালতত হাজিৰ হোৱাৰ সময়ত ইডিয়ে অৰবিন্দ কেজৰিৱালক ৰিমাণ্ডৰ বাবেও অনুৰোধ কৰিব পাৰে, যাতে তেওঁক বিতংভাৱে জেৰা কৰিব পৰা যায়। ইফালে, অৰবিন্দ
Read More...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পুনৰ EDৰ চমন…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পুনৰ EDৰ চমন৷ দিল্লীৰ সুৰা নীতিক লৈ চমন অৰিবন্দ কেজৰিৱাললৈ৷
Read More...