Tag: ASSAM

Browse our exclusive articles!

মডেলিঙৰ জগতত উজ্বলিল বিতোপন

সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰখনত বৰ্তমান সময়ত যুৱক-যুৱতীসকলৰ আকৰ্ষণ বৃদ্ধি পাবলৈ ধৰিছে । তাৰ মাজতে এই জগতখনত একাংশ যুৱক-যুৱতীয়ে স্বকীয় প্ৰতিভাৰে উজ্বলি উঠিছে । তেনে এগৰাকী...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহত এমচি মেৰী কম

দেওবাৰে 'কুইন অফ ৰিংছ' এমচি মেৰী কমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২তম বিশ্ববিদ্যালয় সপ্তাহত অংশগ্ৰহণ কৰিছিল। শিক্ষাৰ্থীসকলে কিংবদন্তি খেলুৱৈ এম চি মেৰী কমক লগ পাই আনন্দিত...

ছিপাঝাৰত বনৰীয়া ম’হৰ আতংক

দৰং জিলাৰ ছিপাঝাৰ ৰাজহচক্ৰৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱত আজি পুৱাৰে পৰা এটা বনৰীয়া ম'হৰ মুক্ত বিচৰণে স্থানীয় ৰাইজক আতংকিত কৰি তুলিছে । ঘটনাৰ বিৱৰণী অনুসৰি...

উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উটিছে ” হাতীশাল ই’ক টুৰিজিম পৰ্যটন ক্ষেত্ৰ”

পূব যোৰহাটৰ ঐতিহ্য মণ্ডিত ঠাই মেলেং আমলখি চিগা হাতীশালক  পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিছে । প্ৰবাদ অনুসৰি আহোম ৰজা প্ৰতাপ সিংহই এই হাতীশালতে...

কাৱৈমাৰী সত্ৰত আজি শংকৰী পৰম্পৰাৰে শিষ্যৰ শৰণ পৰ্ব সম্পন্ন

গহপুৰ মহকুমাৰ বিলতীয়া গাওঁস্থিত কাৱৈমাৰি সত্ৰত পূৰ্বৰ ৰীতি-নীতি পৰমম্পৰা আৰু শংকৰী প্ৰথাৰে অজি এক শৰনপৰ্ব অনুষ্ঠান অনুস্থিত হয় ।পুৱা দহ বজাৰ পৰা অনুস্থিত এনে...

Popular

Bone কঁকালৰ বিষৰ সমস্যা

কঁকালৰ বিষ আজিকালি বহুতৰে বাবে দৈনন্দিন সমস্যা। এই বিষ...

International-আত্মঘাতী গাড়ী বোমা আক্ৰমণত পাকিস্তানত নিহত ১২ জন সেনা জোৱান

নিউজ ডেস্কঃ পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বান্নু জিলাত কালি...

Health: শীতকালত হাঁপানীৰ সমস্যা: মানি চলক কিছুমান নিয়ম

শীতকাল প্ৰায় আহি পালেহিয়েই...। শীতকালৰ পাতল ঠাণ্ডা বতাহ পুৱাৰ...

Bollywood:পৰিচালক ৰাকেশ ৰোচনৰ অন্তিমখন ছবি হ’ব পুত্ৰ ঋত্বিকৰ ‘কৃষ-৪’

'krish-4' । নিজৰ কেৰিয়াৰত নায়ক হিচাপে হাৰ্টথ্ৰব আছিল তেওঁ, সেয়েহে পৰিচালক হিচাপেও হিট চিনেমা আগবঢ়াই আহিছে ৰাকেশ ৰোশনে । ‘কৰণ-অৰ্জুন’ৰ পৰা আৰম্ভ কৰি ‘কহো না প্যাৰ হায়’ বা শেহতীয়া ‘ ‘কৃষ’’লৈকে ৰাকেশে ছবি নিৰ্মাণৰ ক্ষেত্ৰত অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছে। অৱশ্যে বলীউডৰ এই প্ৰভাৱশালী পৰিচালকজনে পৰিচালনা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তেওঁৰ পুত্ৰৰ সৈতে তেওঁৰ শেষ চিনেমা হ’ব ‘কৃষ ৪’

Subscribe

spot_imgspot_img