Tag: ASSAM

Browse our exclusive articles!

সিন্ধি খান্দি চোৰে সৰকালে বাইক আৰু মোবাইল

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ম'হচৰা গাঁৱত মঙলবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰি কাণ্ড। নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী কাছুমাৰাৰ...

টীয়কৰ হোলোঙাপাৰত লাচিত দিৱস পালন

সমগ্ৰ ৰাজ্যৰ লগতে আজি টীয়কৰ হোলোঙাপাৰ স্থিত জাতীয় বীৰ লাচিত মৈদাম প্ৰাংগনটো দিন যোৰা কাৰ্যসূচীৰে পালন কৰা হয় লাচিত দিৱস । পুৱা বন্তি...

লাহৰীঘাটত দুজন ড্ৰাগছ সৰবৰাহী আটক

মৰিগাঁও জিলাৰ  লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত।ড্ৰাগছ সহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক । মঙলবাৰে বৰবড়ী গাঁৱৰ পৰা ৩৬.০২ গ্ৰাম...

বঙাইগাঁওত মিনি কেবিনেট ! মূখ্যমন্ত্রীয়ে প্ৰকাশ কৰিলে কেবাখনো প্ৰতিবেদন

মঙলবাৰে বঙাইগাঁৱত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় কেবিনেট বৈঠক। মিনি কেবিনেটৰ পূৰ্বে বঙাইগাঁও জিলাৰ সম্পূৰ্ণা প্ৰকল্প, সমগ্ৰ শিক্ষা, জিলাখনৰ বানপানী সমস্যা, বঙাইগাঁও...

নাজিৰা কবি সন্মিলনৰ “চোতাল” অনুষ্ঠান সম্পন্ন

ওপৰ নাজিৰা বুদবাৰীৰ ঐতিহাসিক সত্ৰৰ কাষত দিখৌ নৈৰ পলসুৱা ভূমিত নকৈ গঢ়ি উঠা ইক' টুৰিজম ক্ষেত্ৰত ২১ নৱেম্বৰত মিলিত হয় কবি সকল । "চোতাল"...

Popular

Smart Meter: স্মাৰ্ট মিটাৰ সজাগতা অভিযান এপিডিচিএলৰ

এপিডিচিএল(APDCL) মিৰ্জা ইএছডিৰ উদ্যোগত(Smart Meter), উপ-সংমণ্ডল অভিযন্তা সিদ্ধাৰ্থ গোস্বামীৰ নেতৃত্বত সুমিত কুমাৰ সিনহা-চিইঅ’, জিইচি-২, ধনমণি ৰাজবংশী, এজিএম, মিৰ্জা বৈদ্যুতিক বিভাগৰ লগতে এডভান্সড মিটাৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ চাৰ্ভিচ প্ৰভাইডাৰ (এএমআইএছপি) দলটোৰ সহযোগত বৃহস্পতিবাৰে মিৰ্জাত স্মাৰ্ট মিটাৰৰ উপৰত গ্ৰাহকসকলৰ মাজত এক সজাগতা সভাৰ আয়োজন কৰা হয়।

Assam Book Fair: উৎসাহ-উদ্দীপনাৰে আৰম্ভ অসম গ্ৰন্থমেলা, যোৰহাট

উৎসাহ-উদ্দীপনাৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ’ল দহ দিনীয়া অসম গ্ৰন্থমেলা, যোৰহাট(Assam Book Fair)৷ যোৰহাট(Jorhat) জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা গ্ৰন্থমেলাখন আজি বিয়লি ৩ বজাত উদ্বোধন কৰা হয়৷

Nalbari । বাঁহেৰে কোবাই দুইখন হাত ভাঙি দিলে বোৱাৰীক কিয় ?

(Nalbari) নলবাৰী জিলাৰ মুকালমুৱাৰ ৩ নং ভেলামাৰীত সংঘটিত হৈছে এক চাঞ্চলকৰ ঘটনা । অভিয়োগ অনুসৰি স্বামীৰ লগতে স্বামী গৃহৰ মানুহে বাঁহেৰে কোবাই দুইখন হাত ভাঙি দিয়ে বোৱাৰী ফৰিদা বেগমৰ । প্ৰায় ৫ বছৰ আগতে ৩ নং ভেলামাৰীৰ জেহেৰুল ইছলামৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ফৰিদা বেগমে ।

Breakfast: উচ্চ ৰক্তচাপ ৰোগীয়ে ব্ৰেকফাষ্ট কৰাৰ সঠিক সময় জানি লওক, নহ’লে বি পি বৃদ্ধি বাঢ়িব

দিনটোৰ প্ৰথম আহাৰ অৰ্থাৎ ৰাতিপুৱা ব্ৰেকফাষ্ট, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ৰক্তচাপত পৰে। (Breakfast)

Subscribe

spot_imgspot_img