Tag: ASSAM

Browse our exclusive articles!

গহপুৰত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ জন্মদিন পালন

গহপুৰৰ ডাঠকলাত বৃহস্পতিবাৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৫০সংখ্যক জন্মদিন উদযাপন কৰা হয়। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ জন্মদিন উদযাপন উপলক্ষে ডাঠকলাৰ লক্ষ্মী নাৰায়ণ...

৫৮০ বছৰৰ পিছত আটাইতকৈ দীঘল আংশিক চন্দ্ৰগ্ৰহণ

বিশ্বৰ ৫৮০ বছৰৰ পিছত আটাইতকৈ দীঘল আংশিক চন্দ্ৰগ্ৰহণ বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে দেখা যাব। এই দৃশ্যটো শুক্ৰবাৰে ভাৰতত দেখা যাব পাৰে।নাছাৰ মতে, এই আংশিক চন্দ্ৰগ্ৰহণ...

আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিন

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিন। ১৯১৭ চনৰ ১৯ নৱেম্বৰত এলাহাবাদৰ নেহৰু পৰিয়ালত তেওঁৰ জন্ম হৈছিল। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁৰ জীৱনত কাৰ্যকালত...

চিৰাঙত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

 "ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা ২.৭ মিলিয়ন মেট্ৰিকটনৰ পৰা ৫ মেট্ৰিকটনলৈ বৃদ্ধি কৰা হ'ব। ইয়াৰ বাবে অতিৰিক্তকৈ এক হাজাৰ বিঘা ভূমিৰ প্ৰয়োজন...

মানসিক বিকাৰ গ্ৰস্ত লোকক প্রথম পালি ক’ভিড ভেকচিন প্ৰদান

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত ১৮ নভেম্বৰ ২০২১তাৰিখলৈ ৮৮দিন  ভেকচিনেচন কাৰ্যসূচী সুচাৰু ৰূপে সম্পূৰ্ণ কৰিলে আনহাতে ...

Popular

Majuli। মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগ অসম কবি সন্মিলন

Majuli । সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে । অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন খলিহামাৰীৰ কাব্য কানন ভৱনত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গীতে-মাতে‌ ভাষা গৌৰৱ অনুষ্ঠান অনুষ্ঠিত হয়।

Kahinur Theatre: কহিনুৰৰ মঞ্চত ‘পিঞ্জৰা’ আৰু সুৱাসনা, চলিত নাট্যবৰ্ষৰ এক উল্লেখযোগ্য প্ৰযোজনা

প্ৰতিটো নাট্যবৰ্ষতে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোত অতি কমেও ৭০-৭৫খন নাটক মঞ্চস্থ হয়(Kahinur Theatre)। অৰ্থাত একাধিক নাট্যকাৰে ইমানকেইখন নাটক লিখি উলিয়ায়। ইয়াৰে ভিতৰত কেইখনমান নাটক ব্যৱসায়িক দিশত যথেষ্ট সফল হয়, প্ৰযোজকে মুনাফা লাভ কৰে। কেইখনমান নাটকক লৈ আলোচনা চলে, নাট্যকাৰে প্ৰশংসা লাভ কৰে।

Bhutan Tourism: তামুলপুৰৰ ভূমি বন্দৰ দৰঙাত সংহত তালাচী চকী মুকলি

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ভূটানৰ(Bhutan Tourism) প্ৰধানমন্ত্ৰী দাছো শ্বেৰিং টবগেই আজি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত(Tamulpur Daranga) এটি সংহত তালাচী চকী(Integrated Check Post) উদ্বোধন কৰে।

Arjun Kapoor: মানসিক চাপ বৃদ্ধি হ’লেই মোৰ শৰীৰৰ ওজন বাঢ়েঃ অৰ্জুন কাপুৰ, মালাইকাৰ সৈতে বিচ্ছেদৰ পিছত হতাশ হৈ পৰিছিল নেকি অৰ্জুন

শেহতীয়াকৈ শাৰিৰীক অসুস্থতাৰ কথা প্ৰকাশ কৰিছে অভিনেতা অৰ্জুন কাপুৰে। তেওঁ কয় যে তেওঁ যোৱা বছৰ ডিপ্ৰেছনত গৈছিল। ইয়াৰ পিছত তেওঁ থেৰাপীৰ সহায় লৈছিল।(Arjun Kapoor)

Subscribe

spot_imgspot_img