Tag: ASSAM

Browse our exclusive articles!

চৰম হাৰাশাস্থিৰ সন্মুখীন সাধাৰণ জনতা

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তহচিল বিভাগে দীৰ্ঘ দিনৰ পৰা মাটিৰ খাজনা দিবলৈ অহা সাধাৰণ জনতাক হাৰাশাস্থি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ...

বৰপেটাত অব্যাহত বগা চাউলৰ ক’লা ব্যৱসায়

এইবাৰ বৰপেটা জিলাৰ সৰুক্ষেত্ৰীত পুখুৰীৰ পাৰত উদ্ধাৰ হ'ল সুলভ মূল্যৰ চাউল । সৰ্থেবাৰী আৰক্ষী থানাৰ তৎপৰতাত  জব্দ হ'ল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল । দুখীয়াৰ...

গোসাইগাঁৱৰ শ্ৰীৰামপুৰত চোৰাং গৰু সৰবৰাহকাৰী জব্দ

ৰাজ্যত চোৰাং গৰু সৰবৰাহ কাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যিমানেই কঠোৰ হৈছে চোৰাং সৰবৰাহ কাৰী সকলে ন ন কৌশল অবলম্বন কৰি গৰু সৰবৰাহৰ চেষ্টা অব্যাহত...

গোসাইগাঁৱৰ শ্ৰীৰামপুৰত ৩১ টা গৰুসহ দুখন বলেৰো পিক আপ ভান জব্দ

ৰাজ্যত চোৰাং গৰু সৰবৰাহ কাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যিমানেই কঠোৰ হৈছে চোৰাং সৰবৰাহ কাৰী সকলে ন ন কৌশল অবলম্বন কৰি গৰু সৰবৰাহৰ চেষ্টা অব্যাহত...

২১ সংখ্যক সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন

পলাশবাৰীৰ সমষ্টিৰ শ্ৰীশ্ৰীচতুৰ্ভূজ গোঁসাই সত্ৰ, গড়গৰাত আজি অসম সত্ৰ মহাসভাৰ অন্তৰ্গত দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ ২১ সংখ্যক সত্ৰীয়া সংস্কৃতি দিৱস দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন...

Popular

Bhupen Hazarika’s Statue: কোকৰাঝাৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ(Bhupen Hazarika's Statue) ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰৰ(Kokrajhar) সুধাকণ্ঠ কাননত প্ৰসিদ্ধ সাংস্কৃতিক ব্যক্তিত্বগৰাকীৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে।অনুষ্ঠানটোত বৰেণ্য শিল্পীগৰাকীৰ সন্মানত 'ভূপেন্দ্ৰ বৈভৱ' শীৰ্ষক এখন স্মৰণিকাও উন্মোচন কৰা হয়।

Bangladeshi Issue: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়ঃ মুখ্যমন্ত্ৰী

কোন বাংলাদেশী, কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক'ব। বাংলাদেশী(Bangladeshi Issue) চিনাক্ত কৰা বিজেপিৰ কাম।কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হিচাপে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM HBS)।

Koch Rajbongshi: ১০ নৱেম্বৰৰ আগতে কোচ ৰাজবংশীক বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদানৰ কথা স্পষ্ট কৰক, মুখ্যমন্ত্ৰীক আহ্বান

অসম চৰকাৰে শেতীয়াকৈ বসুন্ধৰা ৩.o জৰিয়তে ভূমি মালিকীস্বত্ব লাভৰ বাবে তিনিটা প্ৰজন্মৰ নথিপত্ৰ দাখিলৰ যি অধ্যাদেশ জাৰি কৰিছে সেই সম্পৰ্কত কোচ ৰাজবংশীসকলক(Koch Rajbongshi) বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে আক্ৰাছুৰ চাৰিটাকৈ গোটৰ লগতে কোচ ৰাজবংশী জাতীয় পৰিষদে(Kamatapuri)৷

Subscribe

spot_imgspot_img