Tag: ASSAM

Browse our exclusive articles!

দেৰগাঁৱৰ সমাজকৰ্মী, লেখক প্ৰবীন অভিনেতা ব্ৰজেন কুমাৰ দত্তৰ পৰলোক

দেৰগাঁৱৰ জেলেহুৱা গাঁৱৰ নিবাসী সমাজকৰ্মী, প্ৰবীন অভিনেতা ব্ৰজেন কুমাৰ দত্ত (৭৫) ৰ আজি পুৱা ৫-৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ...

নগৰবেৰাত শোকৰ ছাঁ

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ দোকুছি গাঁওৰ বাসিন্দা তথা পশু চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ মৃগেন্দ্ৰ পাঠকৰ যোৱা মংগলবাৰে মৃত্যু হয়। জানিব...

ডুমডুমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীৰ শুভাৰম্ভ

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ডুমডুমা অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ডুমডুমা হাইস্কুল বিদ্যাপীঠ খন শেহতীয়াকৈ চৰকাৰী ভাৱে উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ পাছত...

খোৱাঙত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড

ডিব্ৰগড় জিলাৰ খোৱাং  আৰক্ষী থানাৰ অন্তৰ্গত খোৱাংঘাটত আজি পুৱতি নিশা দুখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত দুয়োখন ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায়...

স্বেচ্ছাসেৱী সংগঠন জীৱনৰ উদ্যোগত বৃক্ষৰোপন কাৰ্যসূচী

বিহালী সমষ্টিৰ কমাৰ পুখুৰী গাৱত নতুনকৈ গঠন হোৱা "জীবন"নামৰ স্বেচ্ছাসেৱী সংগঠনটো বৃস্হপতি বাৰে  কমাৰ পুখুৰী গাৱত বয়জ্যেষ্ঠ লোকক  সকলক আদৰণি জনোৱাৰ লগতে বিদ্যালয় প্রাংগনত...

Popular

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Hypocrite । তন্ত্ৰমন্ত্ৰৰ বাবে কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত এক ভণ্ড তান্ত্ৰিক আটক

নিশা কাছাৰ জিলাৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ কবৰস্থানৰ কবৰৰ পৰা মৃতদেহ তুলিবলৈ আহি ৰাইজৰ হাতত আটক হল এক ভণ্ড তান্ত্ৰিক ৷ (Hypocrite) ধৃত তান্ত্ৰিক গৰাকী কাছাৰৰ শিলডুবিৰ অজিব উদ্দিন ।

Harhi College, Dhakuakhana । ২৫ পতাকা উত্তোলনেৰে আৰম্ভ হ’ল ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ

"এক সুস্থ শৈক্ষিক ব্যৱস্থা,সু-স্বাস্থ্য সেৱাৰ ব্যৱস্থা আৰু যাতায়তৰ সু-ব্যৱস্থাইহে এখন সমাজক উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে। মানুহক কৰ্মহীন চিন্তাহীন কৰি তোলা বিভিন্ন চৰকাৰী আঁচনিয়ে কেতিয়াও সমাজৰ বা এটা জাতিৰ উন্নতি সাধিব নোৱাৰে।"-এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক,তথা অধ্যাপক ড০উপেন্দ্ৰজিৎ শৰ্মাৰ। ( Harhi College, Dhakuakhana)

India-China Border Tensions: ভাৰত চীন সীমান্তৰ দেপছাং আৰু ডেমচৌকৰ পৰা পিছুৱালে ভাৰত আৰু চীনৰ সেনা

পূব লাডাখৰ দেপছাং আৰু ডেমচৌক(Depsang and Demchok)ৰ সীমান্তৰ পৰা ভাৰত আৰু চীনে দুয়োখন দেশৰ সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে(India-China Border Tensions)। এতিয়াৰে পৰা সীমান্তৰ দুয়োপাৰে দুয়োখন দেশৰ সেনাই সমন্বিতভাৱে আৰম্ভ কৰিব টহল ।

Subscribe

spot_imgspot_img