Tag: ASSAM

Browse our exclusive articles!

বঙাইগাঁও জিলা বিজেপিৰ নটা মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা

ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলা সমিতিৰ অন্তৰ্গত ন টা মণ্ডলৰ প্ৰত্যোকটোতে সোমবাৰে মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ ইয়াৰে সৃজনগ্ৰাম মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত...

১৪নবেম্বৰত ওৰাঙত ক্ৰিকেট প্ৰতিযোগিতাৰ শুভ আৰাম্ভনী অনুষ্ঠান

ওদালগুৰি জিলাৰ অগ্ৰণী ক্ৰীড়া সংঘ জেনিথ ক্লাবৰ উদ্যোগত অহা নবেম্বৰ মাহৰ ১৪ তাৰিখৰ পৰা ওৰাঙৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মহাবিদ্যালয়ৰ ষ্টেডিয়ামত T20 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত...

৩০ দিনৰ বাবে দৈনিক ৫ হাজৰ লিটাৰকৈ বিশুদ্ধ খোৱা পানী বিতৰণ

ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ ওৰাংৰ  যুৱক কিশোৰ শৰ্মাই লৈছে এক  উল্লেখনীয় প্ৰশংসনীয় পদক্ষেপ । মাজবাট বিধানসভা সমষ্টি বাসী ৰাইজক বিশুদ্ধ খোৱাপানীৰ প্ৰতি সচেতনতা...

উপ-নিৰ্বাচনৰ ৫ সমষ্টিতে উৰিল গেৰুৱা পতাকা! কোন প্ৰাৰ্থীয়ে পালে কিমান ভোট?

*২৮ নং গোসাইগাওঁ সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীৰ জয়লাভ। * সৰ্বমুঠ ভোট লাভ কৰিছে ৫৬,৬৭৩ টা । * জিৰন বসুমতাৰীয়ে...

বিহালী বৰগাংত মণ্ডল বিজেপি কাৰ্য্যালয় আধাৰশিলা স্থাপন

বিহালী বৰগাংত মণ্ডল বিজেপি কাৰ্যালয় আধাৰশিলা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিধায়ক ৰঞ্জিত দত্তই।বিহালী মণ্ডল সমিতিৰ নিৰ্মাণ হ’বলগীয়া কাৰ্য্যালয়টিৰ প্ৰথমে পকী সীমা বেৰৰ কাম আৰম্ভ...

Popular

Ajay Davgn: অভিনেতা অজয় দেৱগনলৈ জি ৰিয়েল হিৰ’চ এৱাৰ্ড ২০২৪

হিন্দী চলচ্চিত্ৰ জগতত আগবঢ়োৱা অনবদ্য অৱদান আৰু কামৰ বাবে বলীউডৰ ‘সিংহাম’ অজয় ​​দেৱগানক জি ৰিয়েল হিৰ'চ এৱাৰ্ড ২০২৪ত ‘বছৰৰ মেগা পাৰফৰ্মাৰ’ বঁটা প্ৰদান কৰা হয়।(Ajay Davgn)

Advantage Assam 2.0: এডভান্টেজ অসম-২.০ৰ প্ৰচাৰৰ বাবে ডুবাইত উদ্যোগ মন্ত্রী বিমল বড়া

২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 'এডভান্টেজ অসম-২.০'।(Advantage Assam 2.0) 'এডভান্টেজ অসম-২.০'ৰ প্ৰচাৰৰ বাবে মঙলবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইত উপস্থিত হয় মন্ত্ৰী বিমল বড়া।

Yoon Suk Yeol: দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ, কি দোষ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে

গ্ৰেপ্তাৰ কৰি বৰ্খাস্ত কৰিলে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক! কেইঘণ্টামানৰ উত্তেজনা অব্যাহত থাকিল য়েওলৰ বাসগৃহৰ সন্মুখত।(Yoon Suk Yeol)

Harsha Richharya: মহাকুম্ভত আটাইতকৈ ধুনীয়া সন্যাসিনী, সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ভাইৰেল হৰ্ষ কোন

মহাকুম্ভ মেলাত সুন্দৰীক দেখা পাই কোলাহলৰ সৃষ্টি। তেওঁৰ প্ৰশংসকসকলে দাবী কৰে যে তেওঁ সঁচাকৈয়ে মোহ এৰি শান্তিৰ সন্ধানত আধ্যাত্মিকতাৰ পথত ভৰি দিছিল। কিন্তু একাংশ নেটিজেনৰ মতে মানুহক দেখুওৱাবলৈ এইবোৰ কৰিছে।(Harsha Richharya)

Subscribe

spot_imgspot_img