Tag: ASSAM

Browse our exclusive articles!

Nagarbera । নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয় এলেকাৰ কলহী নৈত অবৈধ মাটি খনন

Nagarbera । প্ৰতিদিনে ৪/৫ টাকৈ মেচিন চলে জাওঁকাটাদিয়া অঞ্চলৰ কলহী নৈত। বন বিভাগক মেনেজ কৰি জাওঁকাটাদিয়া একাংশ ভূ মাফিয়াই দৈনিক খনন কৰে নৈৰ ভূমি। নৈৰ পৰা ভূমি খনন কৰি বিক্ৰী কৰে লাখৰ ঘৰত এই অভিযোগ স্থানীয় ৰাইজৰ।

Guwahati Press Club। গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক , কলা বেজ পৰিধান…

Guwahati Press Club।গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক । সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰলৈ দাবী। সাংবাদিকৰ সুৰক্ষাৰ বাবে আইন অনাৰ দাবী প্ৰতিবাদী সাংবাদিকৰ । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'ৰাজভৱন চলো' কাৰ্যসূচীৰ মাজতে কৰ্তব্যৰত সাংবাদিকক আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদন ।

Picnic Spot । প্ৰত্যেক বনভোজৰ দ’লে বনভোজ স্থলিত এটি গছপুলি ৰুপন কৰক

Picnic Spot। ধৰণীক সেউজীয়া কৰি ৰাখিলেহে প্ৰকৃতিয়ে আমাক উপভোগ্য সময় উপহাৰ দিব । প্ৰকৃতিৰ সেউজীয়াই পাহাৰৰ কাষলৈ ,নীলা বহল আকাশৰ তলত ,নদীৰ কাষৰ বালীত ,মনোমোহা জুৰিটিৰ কাষলৈ আমাক শীতৰ এই সুন্দৰ সময়তে হাত বাউলি মাতে।সকলো দুখ-ভাগৰ পাহৰি আমি মনে মিলা বন্ধু বৰ্গৰ লগত এসাঁজ খাবলৈ বিচাৰো।সকলোৱেই নিজৰ কামত ব্যস্ত থাকে,কিন্তু ব্যস্ততাৰ মাজতো আমি এটা দিন নিজক লৈ উদযাপন কৰো। জীৱনৰ একঘেয়ামিতাত আমি আমনি পাওঁ সঁচা । হিয়াৰ উষ্মতাৰে নিজক পাহৰি উমলিবলৈ এটি দিনেই যথেষ্ট ।

BJP। ভাৰতীয় জনতা পাৰ্টীৰ লাহোৱাল মণ্ডলৰ সভাপতি পদত নিযুক্তি লাভ কুমুদ দত্তৰ

BJP । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীয়ে জিলাই জিলাই অনুষ্ঠিত কৰি অহা মণ্ডল সভাপতিৰ নিযুক্তি সংগঠন পৰ্বৰ সমান্তৰালকৈ অলপতে বিজেপি দলৰ ৰাজ্যিক উপসভাপতি জয়ন্ত দাসৰ উপস্থিতিত ডিব্ৰুগড় জিলাৰ ১৮টা মণ্ডল সভাপতিৰ পদত দলটোত দীৰ্ঘদিনৰ পৰা সক্ৰিয়তাৰে সেৱা আগবঢ়াই ১৮ গৰাকীকৈ বিজেপি দলৰ কৰ্মকৰ্তাক নিযুক্তি প্ৰদান কৰা হয় ।

Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

Bhutan and Assam। ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় ।

Popular

Ajay Davgn: অভিনেতা অজয় দেৱগনলৈ জি ৰিয়েল হিৰ’চ এৱাৰ্ড ২০২৪

হিন্দী চলচ্চিত্ৰ জগতত আগবঢ়োৱা অনবদ্য অৱদান আৰু কামৰ বাবে বলীউডৰ ‘সিংহাম’ অজয় ​​দেৱগানক জি ৰিয়েল হিৰ'চ এৱাৰ্ড ২০২৪ত ‘বছৰৰ মেগা পাৰফৰ্মাৰ’ বঁটা প্ৰদান কৰা হয়।(Ajay Davgn)

Advantage Assam 2.0: এডভান্টেজ অসম-২.০ৰ প্ৰচাৰৰ বাবে ডুবাইত উদ্যোগ মন্ত্রী বিমল বড়া

২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 'এডভান্টেজ অসম-২.০'।(Advantage Assam 2.0) 'এডভান্টেজ অসম-২.০'ৰ প্ৰচাৰৰ বাবে মঙলবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইত উপস্থিত হয় মন্ত্ৰী বিমল বড়া।

Yoon Suk Yeol: দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ, কি দোষ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে

গ্ৰেপ্তাৰ কৰি বৰ্খাস্ত কৰিলে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক! কেইঘণ্টামানৰ উত্তেজনা অব্যাহত থাকিল য়েওলৰ বাসগৃহৰ সন্মুখত।(Yoon Suk Yeol)

Harsha Richharya: মহাকুম্ভত আটাইতকৈ ধুনীয়া সন্যাসিনী, সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ভাইৰেল হৰ্ষ কোন

মহাকুম্ভ মেলাত সুন্দৰীক দেখা পাই কোলাহলৰ সৃষ্টি। তেওঁৰ প্ৰশংসকসকলে দাবী কৰে যে তেওঁ সঁচাকৈয়ে মোহ এৰি শান্তিৰ সন্ধানত আধ্যাত্মিকতাৰ পথত ভৰি দিছিল। কিন্তু একাংশ নেটিজেনৰ মতে মানুহক দেখুওৱাবলৈ এইবোৰ কৰিছে।(Harsha Richharya)

Subscribe

spot_imgspot_img