Tag: BOLLYWOOD

Browse our exclusive articles!

অৰুণাচলৰ মিছ ইণ্ডিয়া ফাইনেলিষ্ট, টেংগাম চেলিন কোয়ু, চিএইচএফৰ সৈতে হাত মিলাইছে

অৰুণাচল প্ৰদেশৰ বাবে এইটো এটা গৌৰৱৰ উপলক্ষ যে তেওঁলোকৰ ছোৱালী ফেমিনা মিছ ইণ্ডিয়া ২০২২ প্ৰতিযোগিতাৰ ফাইনেলিষ্ট। মেগা প্ৰতিযোগিতাৰ ফাইনেলিষ্ট টেংগাম চেলিন কোয়ুৱে চাইল্ড হেল্প...

সিদ্ধিবিনায়কত উপস্থিত হৈ পৰি পৰি সেৱা কৰিলে অভিনেতা কাৰ্তিক আৰিয়নে, ‘ভুল ভুলিয়া ২’ৰ সফলতাৰ বাবে এই প্ৰাৰ্থনা!

ভুল ভুলিয়া ২ ৰ বাণিজ্য পণ্ডিতসকলেও যথেষ্ট আশাবাদী যে ছবিখনে বক্স অফিচত ধুমধাম কৰিব পাৰে। ইফালে, কাৰ্তিকে অলপতে সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হৈছিল আৰু বাপ্পাৰ...

অভিনেত্ৰী কিয়াৰা আদৱানীয়ে বিয়াত এনে কি খাদ্য খালে যাৰ বাবে হ’ল পেটৰ অসুখ, বৃদ্ধা এগৰাকীয়ে মুখলৈ চাই আছিল কিয়াৰাৰ!

কিয়াৰা আদৱানীয়ে কয়, "২০১৯ চনত কবীৰ সিঙক মুক্তি দিয়া হৈছিল আৰু তাৰ পিছত মই প্ৰথমবাৰৰ বাবে অনুৰাগীসকলৰ প্ৰেমৰ ঢৌ অনুভৱ কৰিছিলো আৰু এই সকলোবোৰ...

ফেশ্বনৰ নামত নগ্ন ফটো পোষ্ট কৰি কি বুজাব খুজিছে উৰ্ফি জাভেদে? খঙতে ৰাহুল বৈদ্যই টুইট যোগে উজাৰিলে মনৰ ক্ষোভ

ৰাহুল বৈদ্যই কাপোৰৰ ওপৰত মন্তব্য কৰিছিল উৰ্ফি জাভেদৰ।কা কা চন্জাৰাহুল বৈদ্যই তেওঁৰ টুইটত লিখিছিল যে সোনকালেই মানুহে ফেশ্বনৰ নামত নগ্ন পোষ্ট কৰা আৰম্ভ কৰিব।...

নিক জোনাছে প্ৰিয়ংকা চোপ্ৰাৰ বাবে কিনি দিলে এখন নতুন গাড়ী। কিমান দাম হ’ব পাৰে এই গাড়ীখনৰ?

অভিনেত্ৰীগৰাকীয়ে কৈছিল - শ্ৰেষ্ঠ স্বামী প্ৰিয়ংকা চোপ্ৰাই দীৰ্ঘদিন ধৰি আমাজনৰ শৃংখলা চিটাডেলৰ শ্বুটিং কৰি আহিছে। প্ৰিয়ংকাই ছেটৰ পৰা তাইৰ ফটো শ্বেয়াৰ কৰি থাকে আৰু...

Popular

Bhupen Hazarika।ভূপেনদাৰ ‘মে’ড ইন ইটালী’ৰ চছমাযোৰ আৰু দুগৰাকী কলিয়াবৰীয়াৰ কাহিনী

ভূপেনদাক কলিয়াবৰবাসীয়ে কলিয়াবৰীয়া বুলিয়ে কয়। শদিয়াত জন্ম লৈ তেজপুৰ, গুৱাহাটী, কলকতা, মুম্বাই যি ঠাইৰে বাসিন্দা নহাওক কিয়, ভূপেনদা(Bhupen Hazarika) কলিয়াবৰীয়া। কলিয়াবৰৰ লগত ভূপেনদাৰ সম্পৰ্ক ফেৰীৰে লুইত পাৰ হৈ শিলঘাটত নামি উজনিলে যোৱাৰ দিনৰে পৰা বুলি তেখেতে নিজেই কৈ গৈছে(Made in Italy)।

Zubeen Garg । জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ বিষয়ে চৰ্চা কৰাৰ প্ৰয়োজন …

Zubeen Garg । জুবিন গাৰ্গে কোনটো ভাষাত গান গোৱা নাই । জুবিন গাৰ্গক অকল কন্ঠশিল্পী বুলি কলে ভূল কোৱা হ'ব । সমাজৰ আৰ্তজনৰ কাষত থিয় দিয়া ব্যক্তি জুবিন গাৰ্গ । প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে অসমীয়া, হিন্দী, বঙালীকে ধৰি বিভিন্ন ভাষা আৰু উপ-ভাষাত প্ৰায় ৯,০০০তকৈ অধিক গীত গাইছে। জুবিন গাৰ্গক জীৱিত কালতে সন্মান দিয়া প্ৰয়োজন , প্ৰকৃতি ভালপোৱা জুৱিন গাৰ্গে সাধাৰণ মানুহক ভাল পায় । মানুহৰ লগতে থাকি ভালপোৱা এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গে ।

A Call to Friendship: পানীখাইটিৰ লুইতৰ পাৰত স্মৃতি ৰোমন্থন অৰ্ধ শতাধিক প্ৰাক্তন গৰ্ডনিয়ানৰ

প্ৰায় দুকুৰি দুবছৰৰ অন্তত(A Call to Friendship) গুৱাহাটীৰ পানীখাইটিৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ(Natural Beauty of the Brahmaputra) মাজত দেওবাৰে পুনৰ মিলিত হ'ল নলবাৰীৰ চৰকাৰী গৰ্ডন(Gordonians) উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ অৰ্ধ শতাধিক সহপাঠী।

Dr Gokul Goswami: বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড০ গকুল গোস্বামীৰ মৃত্যু

কলিয়াবৰৰ সুসন্তান ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীভলাগুৰি সত্ৰত জন্মলাভ কৰা বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ গকুল গোস্বামীয়ে(Dr Gokul Goswami) যোৱা নিশা প্ৰায় ১০ বজাত বাঙ্গালোৰৰ নিজা বাসভৱনত ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ড০ গকুল গোস্বামী আছিল কলিয়াবৰৰ প্ৰথমজন ডক্টৰেট উপাধি লাভ কৰা ব্যক্তি।

Subscribe

spot_imgspot_img