Tag: Congress

Browse our exclusive articles!

কিছু সময় পাছতে তেলেংগানাত কংগ্ৰেছৰ নতুন চৰকাৰৰ শপত গ্ৰহণ…

আজি তেলেংগানাত কংগ্ৰেছৰ নতুন চৰকাৰৰ শপত গ্ৰহণ। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব ৰেৱন্ত ৰেড্ডীয়ে। মুখ্যমন্ত্ৰীসহ ৬গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণৰ সম্ভাৱনা। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত...

তেলেংগানাৰ মুখ্যমন্ত্ৰী হ’ব ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী ৰেৱন্ত ৰেড্ডী ! বৃহস্পতিবাৰে শপতগ্ৰহণ…

তেলেংগানাৰ মুখ্যমন্ত্ৰী কোন হ’ব? এই প্ৰশ্নৰ এতিয়া উত্তৰ পোৱা গৈছে। কংগ্ৰেছৰ ৰেৱন্ত ৰেড্ডীক মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে দলটোৰ বিধায়িনী দলৰ মুৰব্বী হিচাপে বাছনি কৰা হয়।...

তেলেংগানাত কংগ্ৰেছৰ অগ্ৰগতি…

কংগ্ৰেছ তেলেংগানাত ৬৩ খন আসনত আগবাঢ়ি আছে । বৰ্তমানেও কংগ্ৰেছ অগ্ৰগতি লাভ কৰি আছে ৫০ খন আসনত । ৪০ খন আসনত বি আৰ এছ...

বিপৰ্যয়ৰ পিছতে ইণ্ডিয়া মিত্ৰজোঁটৰ জৰুৰী বৈঠকৰ আহ্বান খাৰ্গেৰ

পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত ইণ্ডিয়া মিত্ৰজোঁটে যেন সঠিকভাবে কাম আগবঢ়াই নিব পৰা নাছিল। বহুতে অভিযোগ কৰা অনিুসৰি এয়া কংগ্ৰেছৰ কাৰণে হোৱা নাছিল। কংগ্ৰেছৰ নেতাসকলে...

বিহাৰৰ লেখীয়াকৈ ৰাজস্থান, ছত্তীশগড়তো জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছে…

কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। এনে সময়তে কেইবা খনো ৰাজ্যৰ জনতাই জাতিগত লোক পিয়ল বিচাৰি থকাৰ সময়তে কংগ্ৰেছে এই বিষয়টোক এইবেলি নিৰ্বাচনী অস্ত্ৰ...

Popular

Union Home Minister’s Skill Medal: আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তসহ পাঁচ বিষয়া জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক

অসম আৰক্ষীৰ বিশেষ টাস্কফ'ৰ্চৰ চাৰিজন সদস্য ক্রমে এছ টি এফৰ মুৰব্বী আই জি পি পার্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, লেন্সনায়ক হেমন্ত কছাৰী আৰু ইউ বি কনিষ্টবল ৰাজকুমাৰ কৈৱৰ্তলৈ গৃহ পবিক্রমা মন্ত্ৰালয়ৰ দ্বাৰা বিশেষ অভিযানৰ ক্ষেত্ৰত কেন্দ্রীয় গৃহ মন্ত্ৰীৰ দক্ষতা পদক(Union Home Minister's Skill Medal) প্রদান কৰা হৈছে।

Kaziranga National Park: কাজিৰঙাৰ ১২০ বছৰীয়া ইতিহাস, ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ ৫০ বছৰত কি পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষ, চৰকাৰে?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) সংৰক্ষণ ইতিহাসে গৰকিলে ১২০ বছৰ(120 Years of History)। ৰাষ্ট্ৰীয় উদ্যান ঘোষণায়ো অতিক্ৰম কৰিলে ৫০ বছৰ। ইতিমধ্যে চলিত বৰ্ষৰ পৰ্যটন আৰম্ভ হৈজে। ১ অক্টোবৰত আৰম্ভ হৈছে জীপ চাফাৰী। ১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী চাফাৰী।

Police Station: শিৱসাগৰত ‘আৰক্ষী চকী’ৰ‌ মঞ্চায়ন

১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা শিৱসাগৰৰ সামাজিক অনুষ্ঠান "শিৱসাগৰ যুৱ দল"ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অলপতে বিশিষ্ট নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে পূৰ্ণাঙ্গ নাটক "আৰক্ষী চকী"(Police Station) সফলতাৰে মঞ্চায়ন কৰা হয়।

PM Modi’s UCC Pitch On Unity Day: ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে কলে: ‘ভাৰতে এক ৰাষ্ট্ৰ, এক ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ দিশত আগবাঢ়িছে’

ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ ষ্টেচু অৱ ইউনিটিৰ সমীপত আয়োজিত ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ৰ কথা উল্লেখ কৰি কয় যে, ই এক উন্নত ভাৰতৰ সপোন বাস্তৱ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ)PM Modi's UCC Pitch On Unity Day) ।

Subscribe

spot_imgspot_img