Tag: Congress

Browse our exclusive articles!

সংসদৰ পৰা ৰাজপথলৈ: কংগ্ৰেছে আজি আদানীৰ জালিয়াতিক লৈ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব

আদানিৰ জালিয়াতিৰ বিষয়টোক লৈ ইতিমধ্যে সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলিছে। এইবাৰ, কংগ্ৰেছে সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আজি সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব। সোমবাৰে কংগ্ৰেছৰ...

ত্ৰিপুৰা জিলাত ৰাজহুৱা সভাত কংগ্ৰেছ নেতা জয় কুমাৰক আক্ৰমণ…

পশ্চিম ত্ৰিপুৰা জিলাত ৰাজহুৱা সভাত কংগ্ৰেছ নেতা অজয় কুমাৰক আক্ৰমণ কৰাৰ এদিন পিছতে শুকুৰবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে অঞ্চলটোৰ মহকুমা আৰক্ষী বিষয়াজনক নিলম্বন কৰিবলৈ নিৰ্দেশ...

চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী ! দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে ছোনিয়া গান্ধীক

কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণত আক্ৰান্ত ছোনিয়া গান্ধী। বুধবাৰে (৪ জানুৱাৰী) গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন...

কংগ্ৰেছৰ নিমন্ত্ৰণ ৰক্ষা কৰি ‘ভাৰত জোডো যাত্ৰা’ত অংশগ্ৰহণ কৰিবনে স্মৃতি ইৰাণীয়ে?

কংগ্ৰেছ দলৰ এগৰাকী নেতাই স্মৃতি ইৰাণীলৈ চিঠি লিখি ৰাহুল গান্ধীৰ নেতৃত্বত ইউ পিত ভাৰত জোডো যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে।ইউ পিত ভাৰত জোডো যাত্ৰাঃ...

আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

কংগ্ৰেছ নেত্ৰী ৰিয়া চৌধুৰীয়ে হাফ টি-চাৰ্ট পিন্ধি ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি কয় যে তেওঁ এজন যোগী।ভাৰতীয় জাতীয় কংগ্ৰেছে আজি ১৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস...

Popular

Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা

চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।

Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।

Chutia Students’ Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ

"বছৰ বছৰ ধৰি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক(Chutia Students' Union) কৰা চূড়ান্ত অৱহেলা বিৰুদ্ধে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ধেমাজি সদৰত সমবেত হৈ এই গণসমাৱেশৰ জৰিয়তে এইখন চৰকাৰৰ সাম্ৰদায়িক, দাম্ভিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰেই চুতীয়াসকলক(Indigenous Chutia of Assam) জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক অন্যথা আগন্তুক বিজেপি চৰকাৰক পুলিয়ে-পোষাই উৎসাহ কৰিবলৈ চুতীয়া ৰাইজ(Tribalization of the Chutia People) সংকল্পবদ্ধ হ'ব।

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Subscribe

spot_imgspot_img